• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱানখেড়েত ‘ধোনী ধামাকা’! ৰোহিতৰ শতকৰ সৈতেও জয়ী হ’ব নোৱাৰিলে মুম্বাই

by
April 15, 2024 7:49 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ৫ বাৰৰ আইপিএল চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্‌ছক ২০ ৰানত পৰাস্ত কৰে চেন্নাই ছুপাৰ কিংছে। দেওবাৰে আই পি এল ২০২৪ৰ ২৯ সংখ্যক মেচত প্ৰথম বেটিং কৰি চিএছকে-এ ২০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ান্‌ছে মাত্ৰ ১৮৬ ৰানহে কৰিবলৈ সক্ষম হয়।ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙৰ দ্বাৰা শতক অৰ্জন কৰে যদিও মুম্বাই-এ মেচখন জয়ী হোৱাত ব্যৰ্থ হয়। মথিশা পাথিৰানাৰ বলিঙে ৰোহিতৰ শতকৰ অৱদানক গুৰুত্বহীন কৰি তোলে। পাথিৰানাই ৪টা উইকেট দখল কৰে।

চেন্নাইয়ে দিয়া লক্ষ্য অনুসৰণ মুম্বাইৰ হৈ ৰোহিত শৰ্মাই অপৰাজিত ১০৫ ৰান সংগ্ৰহ কৰে। ৬৩টা বলৰ সন্মুখীন হৈ তেওঁ ১১টা চাৰি আৰু ৫টা ছয় সংগ্ৰহ কৰে। ৰোহিতৰ ষ্ট্ৰাইক ৰেট আছিল ১৬৬.৬৭। চেন্নাইৰ হৈ বলিং কৰাৰ সময়ত পাথিৰানাই ৪ অভাৰত ২৮ ৰান দি ৪টা উইকেট দখল কৰে। তেওঁ ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডক পেভিলিয়নৰ বাট দেখুৱায়।

মুম্বাইৰ আৰম্ভণি ভাল আছিল।অপেনাৰদ্বয় ৰোহিত আৰু ঈশানে ৭০ ৰানৰ অংশীদাৰিত্ব আগবঢ়াই নিয়ে। ইয়াৰ পাছতে ১৫টা বলত ২৩ ৰান সংগ্ৰহ কৰি আউট হয় ঈশান কিষাণ। পাথিৰাণাই ঈষাণৰ উইকেট সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয়। ইয়াৰ পাছত তিলক বাৰ্মা,হাৰ্দিক পাণ্ডিয়ায়ো দুৰ্বল প্ৰদৰ্শন আগবঢ়ায়৷

Apply Now

উল্লেখ্য যে, চিএছকে-এ প্ৰথমে বেটিং কৰি ২০৬ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৰুতুৰাজ গাইকোৱাডে ৬৯ ৰান সংগ্ৰহ কৰে। শিৱম ডুবে-এ অপৰাজিত হৈ ৬৬ ৰান সংগ্ৰহ কৰে।শিৱমে ৩৮টা বলত ১০টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ান্‌ছে মাত্ৰ ১৮৬ ৰানহে সংগ্ৰহ কৰে।মুম্বাইৰ বেটছমেন তিলক ৩১ ৰান সংগ্ৰহ কৰি আউট হয় আৰু হাৰ্দিক পাণ্ডিয়াই ২ ৰান সংগ্ৰহ কৰি আউট হয়। ১৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় টিম ডেভিদ।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd