• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সর্বকালৰ অভিলেখ ভংগ: ৩৫বছৰ পুৰণি জোতা বিক্ৰী হ’ল ৪.৬০কোটি টকাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2020 1:30 pm

2 min read

মাইকেল জৰ্ডানৰ জোতা

নীলাম হোৱা মাইকেল জৰ্ডানৰ জোতাযোৰ।

408
VIEWS
Share on FacebookShare on Twitter

এযোৰ জোতাৰ দাম কিমান হ’ব পাৰে? সেয়া সহজতেই অনুমান কৰিব পৰা বিধৰ যদিও ইয়াত এনে এযোৰ জোতাৰ দাম ক’ব খোজা হৈছে যিটো কল্পনা কৰিবলৈ টান আৰু সেয়াও এযোৰ পুৰণি জোতাহে।

প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ আৰু আমেৰিকাৰ ড্ৰীম টীমৰ অংশ হিচাপে থকা মাইকেল জৰ্ডানৰ স্নীকাৰ্ছ (খেলত পৰিধান কৰা জোতা) ৬লাখ ১৫হাজাৰ ডলাৰৰ অভিলেখ পৰিমানৰ দামত নীলাম হৈছে।

ক্ৰিস্তী অকশ্যনৰ মতে এই বিশেষ জোতাযোৰে প্ৰায় ৪কোটি ৬০লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

কোম্পানীটোৱে জানিবলৈ দিয়ে যে কেইমাহমান পূৰ্বে এই বাস্কেটবল তাৰকাগৰাকীৰ এযোৰ জোতা অভিলেখ গঢ়ি বিক্ৰী হৈছিল। এইবাৰ সেই অভিলেখো ভংগ হৈছে।

যোৱা মে’ মাহত এয়াৰ জৰ্ডান-১টীমৰ তেওঁৰ জোতাযোৰ ৫লাখ ৬০হাজাৰ ডলাৰত বিক্ৰী হৈছিল।

আনহাতে, আয়োজকসকলে নতুন নীলামত জোতাযোৰে পোৱা দাম আৰু অধিক লাভ কৰিব বুলি আশা কৰিছিল।

আয়োজকসকলে জানিবলৈ দিয়া মতে, এই স্নীকাৰ্ছ জৰ্ডান-১টীমৰ যি যোৰ এনবিএ তাৰকাগৰাকীয়ে ১৯৮৫চনত এখন প্ৰদৰ্শনীমূলক মেচত পিন্ধিছিল।

মেচখন ইটালীত খেলোৱা হৈছিল আৰু সেই মেচখনত জৰ্ডানে বলটো ইমান জোৰেৰে মাৰিছিল যে বেকবোৰ্ডৰ গ্লাছ ভাঙি গৈছিল।

বাতৰি অনুসৰি, জৰ্ডানে নিজৰ ১৪বছৰীয়া কেৰিয়াৰত যিমান জোতা পিন্ধিছিল, সেই সকলো ৯যোৰ জোতাৰ নীলাম হৈ গৈছে। এই সকলোবোৰৰে নীলাম ক্ৰিস্তীয়ে সম্পন্ন কৰিছে।

ছিকাগো বুল্ছৰ এই তাৰকা খেলুৱৈগৰাকীৰ অৱসৰৰ কেইবাবছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ অনুৰাগীৰ সংখ্যা হ্ৰাস পোৱা নাই।

জৰ্ডানক নেশ্যনেল বাস্কেটবল লীগ অৰ্থাৎ এনবিএৰ সৰ্বকালৰ মহান খেলুৱৈৰ শাৰীত ধৰা হয়।

নব্বৈৰ দশকত ছিকাগো বুল্ছৰ পৰা খেলি জৰ্ডানে ৬টা এনবিএ খিতাপ জয় কৰাৰ লগতে প্ৰতিবাৰে তেওঁ ম’ষ্ট ভেল্যুয়েব’ল প্লেয়াৰ নিৰ্বাচিত হৈছিল।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd