• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ সপোনবোৰৰ লগত লাখ-লাখ জনতাৰ আশা জড়িত হৈ থাকে :  ৰাজেন শইকীয়া

নগাঁৱৰ এ ডি পি কলেজৰ হীৰক জয়ন্তী সমাৰোহৰ আজি চতুৰ্থ দিন

মিণ্টু দাস by মিণ্টু দাস
September 10, 2018 10:33 pm
91c87521-cba6-4b66-b53a-7457547e3603
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য অসমৰ অন্যতম শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বৰ্ষজোৰা হীৰক জয়ন্তী সমাৰোহৰ আৰম্ভণী অনুষ্ঠানৰ আজি চতুৰ্থ তথা অন্তিন দিনা অনুষ্ঠিত হয় নৱাগত আদৰণী অনুষ্ঠান।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট বুৰঞ্জীবিদ ৰাজেন শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- ”তোমালোকৰ  গাইগুটীয়া সপোন বিলাকৰ লগত লক্ষ লক্ষ জনতাৰ সপোন আৰু আশা জড়িত হৈ আছে। এতিয়া তোমালোকে ডেউকা মেলি আকাশলৈ উৰা মৰাৰ সপোন দেখিব লাগিব। মাটিত থাকিলে থেলা-হেঁ‌চা বেছি পাবা। আকাশখন বৰ বহল। তাত সেই থেলা-হেঁ‌চাৰ সন্মুখীন হ’ব নালাগে।”

Apply Now

ভাষণ প্ৰসংগত তেওঁ লগতে কয়–”এইখন মহাবিদ্যালয়ৰ এক গৌৰৱোজ্জ্বল গৰিমা আছে। মই ইয়াৰ প্ৰাক্তন ছাত্র। সাধাৰণ সম্পাদকো আছিলো এদিন। অবিভক্ত নগাঁও জিলাৰ প্ৰতিখন গাঁৱত এজনকৈ হ’লেও এই মহাবিদ্যালয়ৰ গ্ৰেজুৱেট আছে। এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে। একালত দুখীয়া ছাত্র-ছাত্ৰীসকলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল এই মহাবিদ্যালয়।”

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সহজানন্দ ওজাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে।

অধ্যক্ষগৰাকীয়ে তেখেতৰ ভাষণত কয়- ”জীৱনটোক সুখময় কৰিবলৈ প্ৰতিজন ছাত্র-ছাত্ৰীয়ে ত্যাগ কৰিব পাৰিব লাগিব। কেতিয়াও খন্তেকীয়া আধুনিকতাত বিভোৰ হৈ নিজকে বিলীন কৰি দিব নালাগে। ‘যোগ্য ভোগ্য বসুন্ধৰা’ এই বাক্য শাৰীৰ তাৎপৰ্য প্ৰতিজন ছাত্র-ছাত্ৰীয়ে জনা উচিত।”

ইয়াৰ উপৰি আজিৰ এই সভাত নগাঁও গোপীনাথ বৰদলৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ শিৱৰঞ্জন মহন্ত আৰু প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাছিম খণ্ডকাৰে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

এই অনুষ্ঠানৰ পাছতেই মহাবিদ্যালয় ছাত্ৰ একতা সভাই মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু মহাবিদ্যালয়খনৰ দ্বিতীয়গৰাকী ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপসভাপতি মুৰুলী বৰুৱাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে নিশা অনুষ্ঠিত হয় হীৰক জয়ন্তী মহোৎসৱৰ চতুৰ্থখন বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত অতিথি শিল্পী ৰূপে উপস্থিত থাকে অসমৰ সংগীত জগতৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd