• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিবাচক! ৰাজনৈতিক সদিচ্ছা প্ৰকাশৰ বাবে আছুৰ শ্বহীদ ন্যাসত উপস্থিত মন্ত্ৰী অতুল বৰা

‘আমাক লাগে ফলাফল’: সক্ৰিয় হ’ল সমুজ্জ্বল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2021 2:01 pm
fb027fc5-ebf6-4361-b001-92ce9fc75177
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অৰ্থ্যাৎ ২০ মে’ৰ দিনা পুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত উপস্থিত হয় অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা।

ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰলৈ এনেদৰে অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অসম চুক্তি স্বাক্ষৰকাৰী অৰাজনৈতিক সংগঠনৰ মজিয়াত উপস্থিত হ’ল।

Apply Now

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ বৰুৱা আৰু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ উপস্থিতিত অসম চুক্তি সন্দৰ্ভত এক অনানুষ্ঠানিক আলোচনাত মিলিত হয় অতুল বৰা।

তাৰ পাছত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয়, ‘ৰাজনৈতিক সদিচ্ছাৰ প্ৰকাশৰ বাবে আমি ইয়ালৈ আহিছোঁ। আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ ভিতৰত আছে অসম চুক্তি ৰূপায়ন{

এই অনানুষ্ঠানিক আলোচনাত বহুতো স্মৃতি ৰোমন্থন কৰা হয় বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।

ইপিনে, অসম চুক্তি ৰূপায়নৰ বাবে আগন্তক দিনত আমি ছাত্ৰ সন্থাৰ লগত মিলি কাম কৰিম বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘বহু শ্বহীদ নির্য্যাতিত পৰিয়ালে এককালীন সাহায্য পোৱা নাই, সেইখিনি দিবলৈ আমি চেষ্টা কৰিম।‘

অসম চুক্তিৰ ৬ নং দফাৰ সম্পৰ্কত আছুৰ লগত আলোচনা কৰা হব বুলিও তেওঁ উল্লেখ কৰি লগতে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই বহু আগ্ৰহেৰে লৈছে এই বিষয়টো। শ্বহীদ ন্যাসত বহু স্মৃতি জড়িত হৈ আছে মোৰ যিহেতু মই এইখন মজিয়াৰ পৰাই গৈছো। অসমৰ জনসাধাৰণৰ কেইবা দশকৰ আশা পূৰণৰ অৰ্থে আমি আগবাঢ়িছো।‘

আনহাতে, সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘১৯৮৫ চনৰ পিছৰে পৰা কোনো অসম চুক্তি ৰূপায়নৰ মন্ত্ৰী এই শ্বহীদ ভৱনলৈ অহা নাছিল। ইয়াক আমি ইতিবাচক দৃষ্টি ভঙ্গিৰে বিষয়টো লৈছো।‘

তেওঁ লগতে কয়, ‘অসম চুক্তি,সীমান্ত ছিল কৰা,বিদেশী বহিস্কাৰ,শ্বহীদ আৰু নিৰ্য্যাতিতৰ বিষয়টো আলোচনা কৰা হৈছে, বিষয়টো ইতিবাচক হিচাপে লৈছে মন্ত্ৰীগৰাকীয়ে।‘

ইয়াৰ পিছত আছুক আনুষ্ঠানিক আলোচনালৈ আমন্ত্ৰণ জনোৱা হব বুলি ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

ইপিনে, মন্ত্ৰী অতুল বৰাক এক প্ৰকাৰৰ সমৰ্থন জনাই ভট্টাচাৰ্য্যই কয়, ‘এসময়ত তেওঁৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল আৰু আজি তেওঁ স্মাৰক পত্ৰ লব পৰা হ’ল।

ইপিনে, ১৯৮৫ চনৰ পাছৰ পৰা কোনো মন্ত্ৰীয়েই শ্বহীদ ন্যাসলৈ অহা নাছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘প্ৰথম বাৰৰ বাবে অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী আহিছে। আমি আদৰণি জনাইছোঁ। অসম চুক্তি ৰূপায়ণ কৰাটোৱেই মূল বিষয়। আজিৰ আলোচনা অনানুষ্ঠানিক, ইয়াৰ পিছত অনুষ্ঠানিকতা দেখিবলৈ পাম বুলি আশা কৰিছোঁ।‘

বিষয়সমূহত ইতিবাচক সিদ্ধান্ত লোৱা হ’ব বুলি অতুল বৰাই কৈছে বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰে আৰু লগতে কয়, ‘কিন্তু আমাক লাগে ফলাফল। ফলাফল পালেহে আশ্বস্ত হম। আছুৱে ফলাফল লাভৰ বাবেহে আন্দোলন কৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd