• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , January 28, 2019 3:09 pm

1 min read

remote
1.1k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ মটঙা চ’কত দেওবাৰে সন্ধিয়া প্ৰায় ৬-৩৫ বজাত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ সুৱাগপুৰত  ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ  ঘৰত সাংসদ গৰাকীৰ পৰিয়ালৰ এক বিয়াৰ আভ্যৰ্থনাৰ অনুষ্ঠানত ভাগ লবলৈ গৈছিল।

জানিব পৰা মতে, বিয়াৰ অনুষ্ঠানত ভাগ লৈ নাওকাটা-গোৰেশ্বৰ হৈ মন্ত্ৰী গৰাকী ওভটাৰ কথা আছিল যদিও নাওকাটাতো আছুকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ কৰাৰ প্ৰস্তুতি চলোৱাৰ খবৰ লাভ কৰি মন্ত্ৰী গৰাকীয়ে নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে উভতি আহে।

মন্ত্ৰী গৰাকীয়ে বিয়াৰ পৰা নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে আহি থকাৰ খবৰ পাই তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ এটি দলে তামুলপুৰৰ মটঙা চ’কত খাপ পিটি থাকে আৰু মন্ত্ৰী গৰাকীৰ কনভয় তামুলপুৰৰ মটঙা চ’ক পোৱাৰ লগে লগে আছু কৰ্মী সকলে ক’লা পতাকা দেখুৱাই নাগৰিকত্ব বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, হিমন্ত বিশ্ব মূর্দাবাদ আদিকে ধৰি চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

আৰক্ষীয়ে কেইবাগৰাকী আছু সদস্যক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ যায়। ইপিনে অৰ্ধ সামৰিক বাহিনীৰ লোকে এজন পথচাৰী যুৱকক ধৰি আনি লঠীয়াই, গুৰিয়াই আটক কৰি আৰক্ষীৰ গাড়ীত তুলি লৈ যোৱা কাৰ্যই তামুলপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd