DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুণোৎসৱ উপলক্ষে কলিয়াবৰৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
November 2, 2018 7:20 am
Screenshot_20181101_210851

ফটো : নৰ্থ-ইষ্ট নাও

179
VIEWS
Share on FacebookShare on Twitter

বুধবাৰৰ পৰা ৰাজ্যৰ ১৭খন জিলাত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে  বৃহস্পতিবাৰে কলিয়াবৰৰ বিভিন্ন বিদ্যালয়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।

শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড পৰীক্ষা কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনা কৰা দেখা যায়।

কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ পশ্চিম কলিয়াবৰ মজলীয়া বিদ্যালয়, শিলঘাট বালিকা প্ৰাথমিক বিদ্যালয়, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰে পাঠ্যক্ৰম সম্পৰ্কত মত বিনিময় কৰা দেখা যায় মন্ত্ৰী মহন্তক।

বিদ্যালয়ৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ পৰীক্ষা লৈ মন্ত্ৰীগৰাকীয়ে। আনহাতে গুণোৎসৱ উপলক্ষে বিদ্যালয় কেইখনত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ লগতো মত বিনিময় কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে।

আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মন্ত্ৰী মহন্তই কয় যে এই গুণোৎসৱে বিদ্যালয় সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডৰ ফল নিৰূপণত যথেষ্ট সহায় কৰিব।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd