• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসন দখল কৰিব বিজেপিয়ে: পীয়ুষ হাজৰিকা

NE NOW NEWS চানু গগৈ
মৰিগাওঁ , November 23, 2020 2:22 pm

1 min read

piyush Hazarika

ফাইল ফটো

250
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসন দখল কৰিব বিজেপিয়ে। বদৰুদ্দিন আজমলক বৰ পীৰা পাৰি দিয়াসকল আছিল বদন। এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে, লুৰিনজ্যোতিয়ে বিয়া পাতিবৰ বাবে আছু ত্যাগ কৰিছে নে ৰাজনীতি কৰিবলৈ কৰিছে সেয়া নাজানে বুলিও কয় মন্ত্ৰী হাজৰিকাই।

জাগীৰোড সমষ্টিৰ ধৰমতুলৰ বিজেপি দলৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মৌলানা বদৰুদ্দিন আজমলক এছামে বৰ পীৰা পাৰি আগন্তক সময়ত তেওঁলোকেই আচল মোগল বুলি কটাক্ষ কৰে।

ইফালে আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসনেই বিজেপি দলে লাভ কৰিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে।

আনহাতে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আছুৰ লুৰিনজ্যোতিয়ে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰিছে নেকি মন্ত্ৰী পীযুষ হাজৰিকাই সেয়া কব নোৱাৰে ৷

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd