• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান বিধায়ক ফনীভূষণৰ পুত্ৰৰ! বিজেপিয়ে কি কয়?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 27, 2022 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান জনালে অগপ বিধায়ক ফনীভূষণ চৌধুৰীৰ পুত্ৰই।

ইয়াকেলৈ এতিয়া সমগ্ৰ বঙাইগাঁওতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেসময়তে বিজেপি নতো ৰঞ্জিত দাসেও বিষয়টোকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Apply Now

পৌৰসভা নিৰ্বাচনৰ পিচত বঙাইগাঁৱত অগপৰ পৰা নেতা- কৰ্মী বিজেপিত যোগদান কৰাৰ মই কোনো ইংগিত পোৱা নাই ৷ আপোনালোকে যি শুনিছে মইও তাকে শুনিছো ৷

এই মন্তব্য ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ৷ বঙাইগাঁও জিলাৰো অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত দলৰ কাৰ্যকৰ্তা তথা সদ্য সমাপ্ত বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভা নিৰ্বাচনত বিজয়ী হোৱা দলৰ ৱাৰ্ড কমিচনাৰ সকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ পিচত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে ৷

উল্লেখ্য যে তিনিদিনমান পূৰ্বে বঙাইগাঁও বিধান সভা সমষ্টিৰ অগপ দলৰ বিধায়ক ফনীভূষণ চৌধুৰীৰ পুত্ৰই সামাজিক মাধ্যমত অগপ দলৰ নেতা- কৰ্মীসকলক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীক সোধাত তেওঁ কয় যে বিধায়ক ফনীভূষণ চৌধুৰীৰ পুত্ৰই যি আহ্বান জনাইছে মই ভাৱো এইটো এটা সময়ৰ আহ্বান ৷

কাৰণ সকলোৱে বিজেপি দলৰ পিনে ধাবমান হৈছে ৷ হয়তো এইখিনি কথা উপলব্ধি কৰিয়ে তেওঁ এই আহ্বানটো দিছে ৷

ইয়াকে লৈ সৃষ্টি হৈছিল ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ ৷ বিধায়কগৰাকীৰ পুত্ৰই নিজৰ ফেচবুক একাউণ্টযোগে অগপ দলৰ সকলো সদস্যকে বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছিল যদিও কিছুসময় পিচত পষ্টটো ডিলিট কৰিছিল ৷

এই বিষয়টোৰ আঁত ধৰিয়ে সাংবাদিকে মন্ত্ৰীগৰাকীক এই লৈ কিবা যোগাযোগ চলি আছে নেকি বুলি সোধাত তেওঁ কয় যে বৰ্তমান আমাৰ অগপৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলি আছে ৷

এই বিষয়টোলৈ কাৰো লগত যোগাযোগ হোৱা নাই ৷ কিন্তু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আৰু ফনীভূষণ চৌধুৰীক লগ পাই আছো ৷ আজিও হয়তো লগ পাম ৷ আমি কোনো দলৰ ক্ষতি কৰি নিজৰ ভাল নকৰো ৷

আমি নিজে নিজৰ ভাল কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছো ৷ ইপিনে মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীগৰাকীয়ে কয় যে মূল্যবৃদ্ধিকলৈ আমিও উদ্বিগ্ন ৷

মুখ্যমন্ত্ৰীও উদ্বিগ্ন ৷ কিন্তু এইটো এটা আন্তঃ ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় বিষয় ৷ গতিকে এইটো আমি ৰাজ্যিক পৰ্যায়ত সমাধান কৰিব নোৱাৰো ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd