DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত বিদ্যুৎ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 9, 2020 6:22 pm
সভাত ৰঞ্জিত দত্ত

সভাত ৰঞ্জিত দত্ত

911
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বনাথৰ বিহালী ব্লকত বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ উদ্যোগত বিদ্যুৎ সুৰক্ষা সজাগতা, গ্ৰামীণ বিদ্যুতিকৰণ,  বানপানীৰ সময়ত ল’বলগা সাৱধানতা আদি বিষয় সামৰি পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰা হয়।

সভাত সভাপতিত্ব কৰে অসম চৰকাৰ মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই ।

তাৰোপৰি সভাত চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহা প্ৰবন্ধক অমৰজিত শৰ্মা, বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশ আবুল কালম, উপ সংমণ্ডল অভিযন্তা বিমান হালৈ উপস্থিত থাকে।

সভাত অমৰজিত শৰ্মাই বিদ্যুৎ সুৰক্ষাৰ ওপৰত বিশদভাৱে বৰ্ণনা আগবহায়।

উপসংমণ্ডল অভিযন্তা বিমান হালৈয়ে সভাৰ উদেশ্য বাখ্যা কৰাৰ লগতে গ্ৰামীণ বিদ্যুতীকৰণৰ খাতিয়ান দাঙি ধৰে।

লগতে এতিয়াও যিসকলে বিদ্যুৎ সংযোগ লাভ কৰা নাই তেখেত সকলৰ তথ্য পঞ্চায়ত প্ৰতিনিধি সকলক দিবলৈ অনুৰোধ জনায় ।

আনহাতে, মন্ত্ৰী ৰঞ্জিত দত্তই  বাদ পৰিযোৱা প্ৰতি ঘৰতে যাতে বিদ্যুৎ সংযোগ হয় তাৰ তথ্য অতি সোনকালে দিবৰ বাবে প্ৰতিখন পঞ্চায়তৰ সভাপতিক নিৰ্দেশ দিয়ে।

সভাত উপস্থিত থাকে সুপ্ৰিয় চাংমাই, নিহৰিকা কোঁৱৰ, উৎপল শইকীয়া, প্ৰিতিপ্ৰঞ্জল বৰা, জিতু ডেকা আদি বিশিষ্ট ব্যক্তি সকল ।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd