• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলঘাট অসম সমবায় মৰাপাট কল পৰিদৰ্শন মন্ত্ৰী ৰিহণ দৈমাৰীৰ; নতুন বিত্তীয় বাজেটত ধন অনুমোদনৰ আশ্বাস

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , June 18, 2019 6:01 pm

1 min read

Marapat Mil

শিলঘাটৰ মৰাপাত কল পৰিদৰ্শন ৰিহন দৈমাৰীৰ। ফটো-নৰ্থ-ইষ্ট নাও

825
VIEWS
Share on FacebookShare on Twitter

জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আজি কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈ অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে।

ৰাজ‍্যত সমবায় ভিত্তিত লাভজনক উদ‍্যোগ বুলি চিহ্নিত অসম সমবায় মৰাপাট কলটোত উপস্থিত হৈ কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে সমবায় কলটোৰ অংশীদাৰ, বিষয়-ববীয়া তথা বিষয়া কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।

আনহাতে, আলোচনা কালত কলটোৰ বিভিন্ন সমস‍্যাৰ লগতে ভৱিষ‍্যতৰ কাৰ্য‍্যপন্থাৰ বিষয়ে গুৰুত্বসহকাৰে আলোচনা কৰা হয়। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলটোৰ যাৱতীয় কাৰ্য‍্যপন্থা, অভাৱ-অভিযোগসমূহৰ বিষয়ে অৱগত কৰে পৰিচালন সঞ্চালক গুণমণি গগৈয়ে।

মন্ত্ৰীগৰাকীয়ে বছৰ-বছৰ ধৰি ব‍্যৱহাৰ হৈ থকা যন্ত্ৰসমূহ সলনি কৰি অত‍্যাধুনিক যন্ত্ৰ ব‍্যৱহাৰৰ দ্বাৰা উৎপাদনৰ মাত্ৰা বঢ়োৱাৰ বাবে চৰকাৰে ব‍্যৱস্থা ল’ব বুলি কল পৰিচালনা কৰ্তৃপক্ষক আশ্বাস প্ৰদান কৰাৰ লগতে আগন্তুক বাজেট অধিবেশনত কলটোৰ যাৱতীয় কাৰ্য‍্যপন্থা, অভাৱ-অভিযোগসমূহ আলোচনা কৰি কলটোৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে আধুনিকীকৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মৰাপাট কলটোৰ বাবে ধনৰাশি  অনুমোদন কৰাৰ ব্যৱস্থা কৰিব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৰিহন দৈমাৰীয়ে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd