• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁচনি ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা আৰু তৎপৰতা প্ৰদৰ্শন কৰক : বিষয়া-কৰ্মচাৰীলৈ মন্ত্ৰী তপন গগৈৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 10:42 pm
49577965_385420408695001_1960367101327704064_n

শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী তপন গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয় কক্ষত গড়কাপ্টানী আৰু শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী  তপন গগৈৰ সভাপতিত্বত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্তদ্বয়ৰ উপস্থিতিত কেন্দ্ৰীয় পুৰাতত্ত্ব সৰ্বেক্ষণ ,ৰাজ্যিক পুৰাতত্ত্ব বিভাগ, পৰ্যটন বিভাগ আৰু সাংস্কৃতিক বিভাগৰ জিলা মূৰব্বী বিষয়াবৰ্গৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় ৷

অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই জনায় যে অবিভক্ত শিৱসাগৰ জিলাত প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ আশে পাশে পৰ্যটকৰ বাবে বিভিন্ন সা-সুবিধা উপলব্ধ হোৱাকৈ নিগমে কেইবাটাও প্ৰকল্প ৰূপায়ন কৰি আছে।

Apply Now

আনহাতে, কেতবোৰ অভিলাষী আঁচনিৰ বাবে পুঁজি অনুমোদিত হৈ আছে যদিও সেইবোৰৰ ৰূপায়নৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ অনুমতিৰ প্ৰয়োজন বুলি সদৰী কৰে অধ্যক্ষ বৰুৱাই।

ইপিনে, মন্ত্ৰী গগৈয়ে প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু পৰ্যটকৰ বাবে বিভিন্ন সা-সুবিধা উপলব্ধ কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক পুৰাতত্ত্ব বিভাগ, পৰ্যটন বিভাগ আৰু সাংস্কৃতিক বিভাগৰ সমন্বয়ৰ পোষকতা কৰে ৷

গগৈয়ে অসম চৰকাৰৰ কেইবাটাও প্ৰস্তাৱিত প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ নতুন দিল্লীস্থ উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহিব বুলিও জানিব দিয়ে।

উল্লেখযোগ্য যে আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত গড়কাপ্টানী আৰু শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত তপন গগৈৰ সভাপতিত্বত আৰু জিলা উপায়ুক্তৰ উপস্থিতিত স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন, জলস্পদ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ আদিকে ধৰি বিভিন্ন বিভাগৰ জিলা মূৰব্বী বিষয়া সকলৰ আন এখন বৈঠকো অনুষ্ঠিত হয়।

আনহাতে, বিয়লি আৱৰ্ত ভৱনত গড়কাপ্টানী, ৰাষ্ট্ৰীয় ঘাইপথ আন্ত:গাঁথনি উন্নয়ন নিগম আৰু অসম শক্তি প্ৰকল্প ৰূপায়ন সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনমুখী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ বিভাগৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকলক অধিক সজাগতাৰ সৃষ্টি কৰিবলৈ আহ্বান জনায়। তদুপৰি তেওঁ আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা আৰু অধিক তৎপৰতাৰে আগবাঢ়িবলৈকো আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd