• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’বাইল এপৰ জৰিয়তে অসংৰক্ষিত টিকট বুকিঙৰ বাবে দূৰত্বৰ প্ৰতিবন্ধকতা শিথিল ৰে’ল মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2022 6:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল মন্ত্ৰালয়ে  নন-চাব আৰবান অঞ্চলসমূহৰ বাবে আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনত ২০ কিলোমিটাৰ দূৰত্বৰ পৰা অসংৰক্ষিত টিকট বুক কৰাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, চাব আৰবান অঞ্চলসমূহত দূৰত্বৰ পৰিধি ৫ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে।

ইয়াৰ আগতে, ইউটিএছ মোবাইল এপ্লিকেচনত আনৰিজাৰ্ভ টিকেট বুকিং প্ৰণালীৰ দ্বাৰা নন চাব আৰবান অঞ্চলত যাত্ৰীসকলক ৫ কিলোমিটাৰ পৰ্যন্ত টিকট বুক কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

চাব আৰবান অঞ্চলসমূহৰ বাবে ম’বাইল এপ্লিকেচনৰ জৰিয়তে টিকট বুক কৰাৰ দূৰত্বৰ সীমাবদ্ধতা আছিল ২ কিলোমিটাৰ৷

Apply Now

শেষ মুহূৰ্তত যাত্ৰাৰ পৰিকল্পনা কৰা যাত্ৰীসকলৰ বাবে অসংৰক্ষিত টিকট অধিক সুবিধাজনক হয়। যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্ট ফোনত আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰে।

অসংৰক্ষিত টিকট এতিয়া উপলব্ধতা সাপেক্ষে ইউটিএছ মোবাইল এপ্লিকেচনৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহৰ বাবে সকলো ষ্টেচনতে বুক কৰিব পাৰিব। আগতে ইউটিএছ মোবাইল এপ্লিকেচনৰ জৰিয়তে অসংৰক্ষিত টিকট ক্ৰয় কেৱল এক নিৰ্দিষ্ট অঞ্চল আৰু পৰিসৰৰ ভিতৰত ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবেহে উপলব্ধ আছিল।

ইউটিএছ ম’বাইল এপ্ৰিকেচনত চিজন টিকট, মাহিলী পাছ আৰু প্লেটফৰ্ম টিকট বুক কৰাৰ অনুমতি আছে। এই পদ্ধতিয়ে যাত্ৰীসকলৰ সময় ৰাহি কৰে আৰু টিকট কাউণ্টাৰত দীঘলীয়া শাৰীৰ পৰা সকাহ দিয়ে। ৱালেটৰ জৰিয়তে বা ইণ্টাৰনেট বেঙ্কিঙৰ জৰিয়তে টিকটৰ বাবে ধন পৰিশোধ কৰিব পাৰিব।

ইউটিএছ ম’বাইল এপ্লিকেচনটো এণ্ড্ৰইড আৰু আই.ও.এছ. দুয়োটা প্লেটফৰ্মত উপলব্ধ আছে আৰু সংশ্লিষ্ট প্লে ষ্ট’ৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড/ইনষ্টল কৰিব পাৰি। এই ইউটিএছ ম’বাইল এপ্লিকেচনটোৱে ইতিমধ্যে ইয়াৰ ব্যৱহাৰযোগ্যতাৰ লগতে গ্ৰাহক সম্পৰ্কৰ বাবে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd