• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 8:13 am
WhatsApp Image 2021-03-06 at 8.23.04 PM
325
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তি শনিবাৰে আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷

গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত দলৰ উপ-সভাপতি ইজৰাইল নন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত ব্ৰুন এক্কা সভাপতি আৰু ৰমজান আলিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷

অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা উপ-সভাপতি অদীপ ফুকন, চমচেৰ সিং, প্ৰণিতা ডেকা আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জাতীয় মহিলা শক্তিৰ উপ-সভাপতি মামণি তালুকদাৰ অতিথি হিচাপে উপস্থিত থাকে৷

নৱগঠিত জাতীয় সংখ্যালঘু শক্তিত জিয়াবুৰ ৰহমান খানক কাৰ্যকৰী সভাপতি, দৰ্শন সিং ৱালিয়া, অনুপ কন্দপান, চাজিফুৰ ৰহমান, মানিক আলি আহমেদ, অনুপ কন্দপান, ৰঞ্জি ত সিং, মনিৰুৰ চৌধুৰী, সৌৰভ বি জৈন, জিমি গঠৰ, ফজলুল হক খান, জন কেৰকেটাক উপ-সভাপতি হিচাপে দায়িত্ব দিয়া হয়।

সেইদৰে, কুলদীপ সিং, অজিউদ্দিন বৰভূঞা, জাকিৰ হুছেইন, ভায়ালিন স্তকমেন, চুলতানা, ৰুকচানা বেগম, চয়দা মেৰিদা বেগম, নবিৰ আলি, মাজমল আলি, জাহিদুল হুছেইনক সম্পাদকৰ দ্বায়িত্ব দিয়া হয়৷

আনহাতে বেবুল হুছেইন লস্কৰ, ছমিৰ খান, আতিকুল ইছলাম, জুলহাশ আহমেদ, মোবাৰক হুছেইন, জাহান উদ্দিন শেখ, মজিবৰ ৰহমান, খুৰশিদ আলমক যুটীয়া সম্পাদক হিচাপে দায়িত্ব দিয়া হয়৷

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd