• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰোত্তোলক মীৰাবাঈ চানুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2020 10:35 am

1 min read

mirabai chanu

মীৰাবাঈ চানু

21.1k
VIEWS
Share on FacebookShare on Twitter

তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে চলিত বৰ্ষৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অলিম্পিকলৈ ভাৰোত্তোলনৰ শেষৰখন কোৱালিফায়িং প্ৰতিযোগিতা এছিয়ান চেম্পিয়নশ্বিপ কৰ’না ভাইৰাছৰ বাবে বাতিল হোৱাৰ পাছত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাট মুকলি হয় চানুৰ।

উল্লেখযোগ্য যে, মহিলাৰ ৪৯ কেজি শাখাৰ বিশ্ব ৰেকিঙৰ মীৰাবাঈ চানু বৰ্তমান তৃতীয় স্থানত আছে।

উল্লেখযোগ্য যে, অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে ছটা ইভেণ্টত অশ লোৱাটো বাধ্যতামূলক আৰু চানুৱে ইয়াৰ ভিতৰত পাঁচটা ইভেণ্টত অংশগ্ৰহণ কৰিছে।

অলিম্পিকলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় ইভেণ্ট শেষ হোৱাৰ পাছত বিশ্বৰ শীৰ্ষৰ আঠগৰাকীয়ে খেলুৱৈয়ে অলিম্পিকলৈ আপোনা আপুনি যোগ্যতা অৰ্জন কৰে।

মীৰাবাঈ চানু বৰ্তমান তৃতীয় স্থানত আছে সেয়েহে তেওঁ অলিম্পিকলৈ দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd