DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত আৰক্ষীৰ জিম্মাত থকা জব্দকৃত বাহন জ্বলাই দিলে অচিনাক্ত দুৰ্বৃত্তই

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
December 20, 2021 7:47 am
WhatsApp Image 2021-12-20 at 7.17.05 AM

ধুবুৰীত দুৰ্বৃত্তই জ্বলাই দিয়া আৰক্ষীৰ জিম্মাত থকা বাহনখন। ফটো: নৰ্থইষ্ট নাও।

108
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীত দেওবাৰে আৰক্ষীৰ জিম্মাত থকা এখন জব্দকৃত বাহন একাংশ অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে যোৱা ১৭ ডিচেম্বৰত ভাৰত-বাংলাদেশ সীমান্তৰ দিশে দুটা গৰু কঢ়িয়াই নিয়া এখন বাহন জব্দ কৰা হৈছিল।

অৱশ্যে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা কোনোমতে পলাই সাৰিবলৈ সক্ষম হয়।

সেইদৰে, আৰক্ষীয়ে পৰিত্যক্ত বাহনখন জব্দ কৰিছিল আৰু সেইখন আনি শ’লমাৰী তহলদাৰী আৰক্ষী চকীত ৰাখিছিল।

কিন্তু দেওবাৰে পুৱতি নিশা প্ৰায় ২বাজি ৩০ মিনিটত বাইকত অহা একাংশ দুৰ্বৃত্তই শ্ল’গান দিয়ে আৰু বাহনখন জ্বলাই দি অন্ধকাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Also Read: মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, বাসগৃহ লণ্ডভণ্ড; বগাহাতীত পৰিণত বিয়াগোম বনবিভাগ

ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে ঘটনাটো নিশ্চিত কৰিছে আৰু দুৰ্বৃত্তকেইজনক চিনাক্ত কৰিব পৰা নাই বুলি জানিবলৈ দিছে।

আনহাতে, ঘটনা সন্দৰ্ভত আইনী কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে এক অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে অভিজিৎ গৌৰৱে। 

Recent News

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd