DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, বাসগৃহ লণ্ডভণ্ড; বগাহাতীত পৰিণত বিয়াগোম বনবিভাগ

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
December 20, 2021 7:03 am
Screenshot_20211219_212422

বন্যহস্তীৰ আক্ৰমণত নিহত ৰাধা গগৈ। ফটো: নৰ্থইষ্ট নাও।

128
VIEWS
Share on FacebookShare on Twitter

বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যুৰ ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰপ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে।

দেওবাৰে মাৰ্ঘেৰিটা মাকুমকিল্লাৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ পথাৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল ৰাধা গগৈ নামৰ এজন ব্যক্তিৰ।

পুৱা প্ৰায় ৪ মান বজাত হাবিৰ পৰা ওলাই অহা হাতীৰ এটা জাকে ৰাধা গগৈ আৰু মাঝী নামৰ দুজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।

বন্যহস্তীৰ আক্ৰমণৰ এই ঘটনাত ৰাধা গগৈ নামৰ ব্যক্তিজনৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

IMG-20211219-WA0021
মাকুমকিল্লাত বন্যহস্তীৰ জাকে বিধ্বস্ত কৰা ঘৰ। ফটো: নৰ্থইষ্ট নাও।

ৰাধা গগৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।

উল্লেখ্য যে মাকুমকিল্লা অঞ্চলৰ সংৰক্ষিত বনাঞ্চল কাঠ মাফিয়াৰ কবলত পৰি সম্পূৰ্ণ ধ্বংস হোৱাত খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে মাকুমকিল্লা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উপদ্ৰৱ সৃষ্টি কৰি অহাৰ ফলত গ্ৰামাঞ্চলৰ লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে।

এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগৰ বিৰুদ্ধে সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। 

Recent News

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd