• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অতুল বৰাৰ বিধায়ক আৰু মন্ত্ৰী পদ খাৰিজৰ দাবীৰে বিধান সভাৰ অধ্যক্ষলৈ মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ পত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 9, 2020 2:07 am
মন্ত্ৰী অতুল বৰাৰ ফাইল ফটো

মন্ত্ৰী অতুল বৰাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি মন্ত্ৰী অতুল বৰাৰ বিধায়ক তথা মন্ত্ৰী পদ খাৰিজৰ দাবীত বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ সোমবাৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে মিচিং ছাত্ৰ সংগঠন টি এম পি কে ৰ গোলাঘাট জিলা সমিতিয়ে ৷

বোকাখাত মহকুমাৰ এলেংমাৰীৰ অঞ্চলৰ কৃষকৰ সমস্যাৰ বিষয়ে বিধায়ক গৰাকীক অৱগত কৰাৰ অপৰাধতেই অতুল বৰাই দেহৰক্ষী লগাই মিচিং ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ দুগৰাকী সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰাৰ প্ৰতিবাদতেই এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ছাত্ৰ সংগঠনটোৱে।

Apply Now

৬ জুনত সংঘটিত এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতুল বৰাই ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত ছাত্ৰ সংগঠনটোয়ে বোকাখাতৰ মিচিং জনগোষ্ঠী অধ্যুষিত এলেকাত স্থানীয় বিধায়ক গৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

টি এম পি কে ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আৰু ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰসেন লইং, উপ-সভাপতি কৃষ্ণ কাৰ্ডং আৰু জিতু কুমাৰ বৰি লগতে সম্পাদক আকাশ মিলিৰ দ্বাৰা স্বাক্ষৰিত এক প্ৰেছ বিবৃতি মতে বিগত ৬ জুনত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বোকাখাতৰ দিচৈ পঞ্চায়ত এলেকাৰ দ্ৰৰিদ্ৰ লোকৰ মাজত খাদ্য  সামগ্ৰীৰ  বিলাবলৈ গৈছিল ৷

পঞ্চায়ত খনৰ ৫ নং ৱাৰ্ডত খাদ্য সামগ্ৰী  বিতৰণ কৰাৰ পাছতেই টি এম পি কেৰ সদস্য  অবিনাশ পাঠৰি, নিৰাশ নিঃতমৰ নেতৃত্বৰ এটা সঁজাতি দলে অতুল বৰাক লগ ধৰি আনুষ্ঠানিকভাৱে দিচৈ অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰে ৷

এলেংমাৰী অঞ্চলৰ কৃষকৰ মুখৰ ভাত কাঢ়ি নিয়া এলেংমাৰী জানৰ বান্ধ স্থায়ীভাৱে নিৰ্মাণ কৰিব লাগে বুলি মন্ত্ৰী অতুল বৰাক অৱগত কৰে ৷  লগতে বান-গড়া খহনীয়াত ক্ষতিগ্ৰস্ত এলেংমাৰী অঞ্চলটোৰ কৃষকৰ সমস্যাৰ বুজ ল’বলৈ তথা পথাৰবোৰ স্ব-চক্ষে পৰিদৰ্শন কৰিবলৈও কৃষি মন্ত্ৰী হিচাবে অতুল বৰাক অনুৰোধ কৰে  ৷

প্ৰেছ বিবৃত্তিত উল্লেখ কৰা মতে, এই কথাত সহাঁৰি জনোৱাৰ পৰিৱৰ্ত্তে মন্ত্ৰী অতুল বৰাই  নিজৰ দেহৰক্ষী লগাই টি এম পি কেৰ  সদস্য দুগৰাকীক শাৰীৰিক ভাৱে অপদস্থহে কৰে।

এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বোকাখাতৰ মিচিং জনগোষ্ঠী অধ্যুষিত এলেকাত স্থানীয় বিধায়ক অতুল বৰাৰ প্ৰৱেশ টি এম পি কে ই নিষিদ্ধ কৰিছে বুলিও জনাইছে ৷ সমান্তৰালভাৱে ৰাজহুৱা সমস্যা সমাধানত পিঠি দি গুণ্ডাগিৰিত লিপ্ত হোৱা মন্ত্ৰী অতুল বৰাৰ মন্ত্ৰীত্ব তথা বিধায়ক পদ খাৰিজ কৰাৰ বাবে সংগঠনটোৱে দাবী জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd