• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধায়ক আনোৱাৰ হুছেইন লস্কৰ সংকটজনক অৱস্থাত জি এন আৰ চি হস্পিটেলৰ আই চি য়ুত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 31, 2019 7:19 pm

1 min read

Anowara Hussain Laskar_ICU
897
VIEWS
Share on FacebookShare on Twitter

হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ দিচপুৰ ছুপাৰ মাৰ্কেটত থকা জি এন আৰ চিত ভৰ্তি কৰা হৈছে।

উচ্চ ৰক্তচাপ থকা বিধায়কজন যোৱা নিশাই বিধায়ক আৱাসতে মগজুৰ পক্ষাঘাতত (brain stroke) আক্ৰান্ত হৈ পৰিছিল, নৰ্থ ইষ্ট নাওক জনালে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

আজি দুপৰীয়া এ আই য়ু ডি এফৰ মুৰব্বী, সাংসদ বদৰুদ্দিন আজমলে চিকিৎসালয়খনত উপস্থিত হৈ লস্কৰৰ স্বাস্থ্যৰ বুজ লয়।

সাধাৰণ সম্পাদক আমিনুল লস্কৰে লগতে জনায় যে ডাক্তৰে যদি পৰামৰ্শ দিয়ে তেন্তে কিছু সময়ৰ পাছতে বিধায়কগৰাকীৰ উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হ’ব।

অৱশ্যে স্বাস্থ্যৰ কিছু উন্নতি হ’লেহে উন্নত চিকিৎসাৰ বাবে নিব পাৰিব বুলি চিকিৎসকে তেওঁলোকক জনাইছে।

“বিধায়কজনৰ অৱস্থা সুস্থিৰ নহয়, হুঁচ ঘূৰি অহা নাই”, বৰ্তমানো বিধায়কজন সংকটমুক্ত নহয় বুলি জানিবলৈ দি তেওঁ কয়।

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd