DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিপিএফৰ পৰা পদত্যাগ বিধায়ক ইমানুৱেল মুছাহাৰীৰ; বিজেপিত যোগদানৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 7:33 am
IMG-20190326-WA0041-750x375

তামুলপুৰৰ এখন জনসভাত বিধায়ক ইমানুৱেল মুছাহাৰী। ফাইল ফটো: নৰ্থইষ্ট নাও

8.3k
VIEWS
Share on FacebookShare on Twitter

বিপিএফৰ সাধাৰণ সম্পাদক তথা তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দলটোৰ পৰা পদত্যাগ কৰিছে।

বিটিচিত বিপিএফ দলৰ বাবে এয়া এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

বিটিচি নিৰ্বাচনৰ পূৰ্বে ইমানুৱেল মুছাহাৰীৰ পদত্যাগৰ ফলত বিপিএফৰ সংকট বৃদ্ধি পোৱা বুলিও চৰ্চা আৰম্ভ হৈছে।

মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দিয়া নাই যদিও তেওঁ দলত নথকাৰ কথা স্পষ্ট কৰিছে।

বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে তেওঁৰ একাংশ অনুগামীয়েও বিপিএফ ত্যাগ কৰিছে।

ইমানুৱেল মুছাহাৰী একেৰাহে দুবাৰকৈ তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে।

জানিব পৰা মতে, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলৰ পৰা ওলাই যোৱা নেতা চণ্ডী বসুমতাৰী, হিতেশ বসুমতাৰী তথা ৰবীনমালা বিশ্বাসকে ধৰি বহু নেতাক পুনৰ দললৈ ঘুৰাই অনাত মুছাহাৰী অসন্তুষ্ট হৈ পৰিছে।

উল্লেখ্য যে এই নেতাসকলে পূৰ্বতে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিয়েই বিপিএফৰ পৰা পদত্যাগ কৰিছিল।

সেইদৰে, বিপিএফৰ এগৰাকী মন্ত্ৰীয়ে তামুলপুৰত অবাঞ্চিতভাৱে হস্তক্ষেপ কৰি অহাত খৰ্গহস্ত হৈ পৰে ইমানুৱেল মুছাহাৰী।

এনেবোৰ কাৰণতে নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মুছাহাৰীয়ে বিপিএফৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে।

আনহাতে, বিপিএফৰ বিধায়কগৰাকীয়ে শীঘ্ৰেই বিজেপিত যোগদানৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজেপিৰ এক সূত্ৰই।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd