• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ মজদুৰ কংগ্ৰেছৰ নতুন সভাপতি ৰূপজ্যোতি কুৰ্মী : দায়িত্ব লৈয়েই বিজেপিৰ প্ৰতাৰণাক লৈ সৰৱ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 20, 2018 11:15 pm
RupjyotiKurmi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ শাখাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কুৰ্মীক এই দায়িত্বভাৰ অৰ্পণ কৰে।

ইপিনে আজি দায়িত্ব গ্ৰহণ কৰিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হয় বিধায়কজন। সাংবাদিকৰ আগত তেওঁ চাহ জনগোষ্ঠীৰ লোকসকলক বিজেপি চৰকাৰে প্ৰতাৰণা আৰু অৱহেলা কৰি অহা বুলি মন্তব্য কৰি চৰকাৰখনৰ বিৰুদ্ধে আন্দোলন কৰাৰো হুংকাৰ দিয়ে।

Apply Now

তেওঁ কয়, “নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিল, কিন্তু আজিলৈ সেয়া হৈ নুঠিল। মাত্ৰ ৩০ টকা মজুৰি বৃদ্ধি কৰি জনগোষ্ঠীটোৰ শ্ৰমিকসকলক আভুৱা ভাঁৰিলে।”

তেওঁ লগতে কেন্দ্ৰত অসমৰ পৰা লোকসভাৰ দুগৰাকী চাহ জনগোষ্ঠীৰ লোক সাংসদ হিচাপে আছে যদিও বিজেপিয়ে এজনকো মন্ত্ৰিত্ব নিদিয়াৰ বিষয় লৈ আক্ষেপ কৰে। লগতে অসমতো বিজেপিৰ তিনিজন এই সম্প্ৰদায়ৰ বিধায়ক আছে তাৰে এজনক মন্ত্ৰিত্ব নামত দিয়া হৈছে যদিও কামত নাই বুলি মন্তব্য কৰে। এনেবোৰ কথাই জনগোষ্ঠীটোৰ প্ৰতি বিজেপিয়ে অৱহেলা কৰি অহাৰ কথাকে প্ৰমাণ কৰে বুলিও কুৰ্মীয়ে কয়।

ইপিনে, ‘ডিজিটেল ইণ্ডিয়া’ৰ প্ৰসংগতো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰূদ্ধে সমালোচনাত মুখৰ হৈ পৰে বিধায়কজন।

“নৰেন্দ্ৰ মোদীয়ে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কৈ চাহ বাগিচাৰ শ্ৰমিক সকলৰ বেংক একাউন্ট খোলোৱাৰ লগতে ডিজিটেল লেনদেনৰ ব্যৱস্থা কৰিলে। কিন্তু সেই হিচাপত নাই এ টি এমৰ সুবিধা। লগতে বেংকত নিজৰ জমা টকাৰ লেনদেন কৰোতেও যথেষ্ট পৰিমাণত টকা কটা যায়। এইদৰে চৰকাৰখনে সাধাৰণ ৰাইজক লুণ্ঠন কৰি আহিছে।”

তেওঁ লগতে বিজেপিৰ চাহ জনগোষ্ঠীৰ বিধায়ক আৰু সাংসদকেইজনে জনগোষ্ঠীটোৰ সমস্যাসমূহ শক্তিশালী ৰূপত তুলি ধৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ই নিজৰ জনগোষ্ঠীটোক বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতাৰণা কৰি আহাৰ পাছতো দুৰ্বল ভূমিকা গ্ৰহণ কৰি থকা বুলি মন্তব্য কৰি তেওঁলোকে বিজেপিৰে মিতিৰালি কৰি থকা বুলি কয়।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd