• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃ বিধায়ক,পঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰল পাম্পত সোমাল পুত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2023 4:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ বাৰকৈ বঙাইগাঁৱ সমষ্টিৰ ৰাইজে অসম বিধান সভালৈ নিৰ্বাচিত কৰি পঠাইছে অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ফণী ভূষণ চৌধুৰী। 

কিন্তু আজি হাতত তেলৰ পাইপ লৈ পেট্ৰল পাম্পত মন্ত্ৰী  ফণী ভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰী।

Apply Now

আচলতে নিজৰ খৰচ নিজেই উলিয়াবলৈ ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰীয়ে নিজকে নিয়োজিত কৰিছে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী হিচাপে। 

জানিব পৰা মতে, শান্তনুৱে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত ভৱিষ্যতৰ পঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰ’ল পাম্পত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে শান্তনুৱে।

উল্লেখ্য যে শান্তনু ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ । ফণী ভূষণ চৌধুৰীৰ সৰলতা আৰু সহজ জীৱন যাপনৰ বিষয়ে সকলোৱে জানে। এতিয়া ডাঙৰ হৈ অহাৰ পিছত  পিতৃৰ দৰেই সাধাৰণ জীৱন–যাপন কৰিবলৈ ভাল পায় শান্তনুৱে। সেয়েহে পৰীক্ষাৰ পিছত পেট্ৰ’ল পাম্পত কৰ্মচাৰী হিচাপে নিয়োজিত হয় শান্তনু। 

এই বিষয়ে সোধাত শান্তনুৱে  সংবাদ মাধ্যমৰ আগত কয় যে ‘‘মোৰ দেউতাক সকলোৱে চিনি পায়, বঙাইগাঁও সমষ্টিৰ বিধায়ক তেওঁ। দেউতাই মোক পঢ়াৰ খৰচ দিব পাৰে, এডমিশ্যনৰ খৰচ দিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু মই বিচাৰোঁ মই যাতে মোৰ নিজ উপাৰ্জনৰ টকাৰে এডমিশ্যন ল’ব পাৰো। দেউতাক যাতে গৌৰৱ অনুভৱ কৰাব পাৰো।’’

লগতে শান্তনুৱে কয়, কামৰ কোনো সৰু–ডাঙৰ নাই। কাম কামেই। দেউতাই মোক সমৰ্থন কৰিছে। মই যদি নিজৰ খৰচখিনি উলিয়াব পাৰো, দেউতাই নিশ্চয় গৌৰৱ অনুভৱ কৰিব। যুৱ প্ৰজন্মক নিজৰ খৰচ নিজেই যাতে উলিয়াব পাৰে তাৰ বাবে সৰু–ডাঙৰ বিচাৰ নকৰি কাম কৰি যাবলৈ আহ্বান জনাইছে শান্তনুৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd