• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

বিজেপিৰ সভাপতিৰে আমানতৰ ধন বাজেয়াপ্ত হ’ল মিজোৰামত

১০ বছৰৰ মূৰত মিজো নেশ্যনেল ফ্ৰণ্ট পুনৰ শাসনলৈ উভটিল

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
December 11, 2018 5:33 pm
BD-CHAKMA-750x375

নিৰ্বাচিত হোৱা বিজেপিৰ একমাত্ৰ বিধায়কজনে নিৰ্বাচনৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামত আজি ফল ঘোষিত বিধানসভা নিৰ্বাচনৰ জৰিয়তে ১০ বছৰৰ মূৰত মিজো নেশ্যনেল ফ্ৰণ্ট শাসনলৈ ঘূৰি অহাটো নিশ্চিত হৈছে। দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে শাসনাধিষ্ঠিত কংগ্ৰেছক উৎখাত কৰিবলৈ সক্ষম হৈছে। ৪০খন আসনযুক্ত বিধানসভাত দলটোৱে প্ৰয়োজনীয় ২১খন আসনতকৈ অধিক আসন লাভ কৰাটো ইতিপূৰ্বে নিশ্চিত হৈছে। দলটোৰ নেতা জুৰামথাংগা মুখ্য মন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত।

ইপিনে পাঁচখন ৰাজ্যৰ সকলোতে বিপৰ্য্যৰ সন্মুখীন হোৱা বিজেপিয়ে মিজোৰামত এখন আসন দখল কৰিবলৈ সক্ষম হৈছে যদিও লক্ষণীয় কথাটো হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি আমানতৰ ধনো নাবাচিল বিজেপিৰ সভাপতি জে ভি হলুনা (J V Hluna)। টাৱি (Tawi) বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হলুনা প্ৰতিদ্বন্দ্বীৰ হাতত অভিলেখ সংখ্যক ভোটত পৰাজিত হয়।

Apply Now

অৱশ্যে এই হতাশাৰ মাজতো তেওঁলোকৰ এজন প্ৰাৰ্থী ড০ বুদ্ধ ধন চাকমা টুইচাৱং সমষ্টিৰ পৰা জয়ী হ’বলৈ সক্ষম হৈছে। চাকমা বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনৰ মন্ত্ৰী আছিল আৰু অলপতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। তেওঁ এইবাৰ সৰ্বাধিক আসন পোৱা মিজো নেশ্যনেল ফ্ৰণ্টৰ আৰ এম চাকমাক হৰুৱায়।

মুখ্য মন্ত্ৰী লাল থাংহাওলা দুয়োখনতে পৰাজিত

ইপিনে মুখ্য মন্ত্ৰী তথা ৰাজ্যখনত কংগ্ৰেছৰ শীৰ্ষনেতা লাল থাংহাওলায়ো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনতে পৰাজয় হোৱাটোও তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। মুখ্য মন্ত্ৰীজনে প্ৰতিদ্বন্দ্বিতা কৰা ছাৰচিম আৰু চম্ফাই সমষ্টি, দুয়োটাতে হাৰিছে। চম্ফাই সমষ্টিত মিজো নেশ্যনেল ফ্ৰণ্টৰ লালনানলুংগাৰ (Lalnuntluanga) হাতত আৰু ছাৰচিম সমষ্টিত জুৰাম পীপলছ মুভমেণ্টৰ লালদুহমাৰ (Lalduhoma) হাতত পৰাজিত হয় মুখ্য মন্ত্ৰীজন।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd