• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 7:24 am

1 min read

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন
193
VIEWS
Share on FacebookShare on Twitter

দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত কৃষক আন্দোলনকাৰী সকলে চলোৱা হিংসাত্মক কাৰ্য্যকলাপৰ পাছতে হাৰিয়ানা চৰকাৰে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

দিল্লীৰ ৰাজপথত প্ৰতিবাদী কৃষক সকলে সকলো নিয়ম উলংঘনেৰে ট্ৰেক্টৰ ৰেলী কৰাৰ পাছত লালকিল্লাত নিজৰ পতাকা উত্তোলন কৰে।

এই সময়ত বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰতিবাদী কৃষকৰ মাজত খণ্ড যুদ্ধ হোৱা দেখা যায়।

আৰক্ষীয়ে প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বিপৰীতে প্ৰতিবাদী কৃষকে ট্ৰেক্টৰেৰে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলায়।

দিল্লীত প্ৰতিবাদে চূড়ান্ত ৰূপ লোৱাৰ পাছতে হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ তিনিখন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হাৰিয়ানাৰ ছোনিপথ, ঝজ্জৰ আৰু পলবল জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে স্থানীয় প্ৰশাসনে।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে উগ্ৰ কৃষক প্ৰতিবাদীকাৰী সকলক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী বাহিনীক সম্পূৰ্ণ ৰূপে সষ্টম হৈ থকাৰো নিৰ্দেশ দিয়ে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd