DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ চাৰিআলি ৰাজহুৱা শ্মশানত ভ্ৰাম্যমান পানী যোগান প্ৰকল্পৰ উদ্বোধন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 18, 2018 5:36 pm
Biswanath Chariali
528
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ এক দীৰ্ঘদিনিয়া সমস্যাৰ অন্ত পেলাই আজি বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত ৰাজহুৱা শ্মশানত ভ্ৰাম্যমান পানীযোগান প্ৰকল্পৰ উদ্বোধন কৰে পৌৰপতি ৰুলী শৰ্মাই।

কোনো ধৰনৰ ৰাজসাহায্য অবিহনে লক্ষাধিক টকা ব্যয় সাপেক্ষে সম্পূৰ্ন কৰা এই প্ৰকল্পৰ সমুদায় খৰছ বহন কৰিছে বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত উদ্যোগী নৰেন শৰ্মাই।

এই উপলক্ষে আজি আয়োজন কৰা এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ফালৰ পৰা প্ৰকল্পটোৰ দাতা গৰাকিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি নৰেন শৰ্মাই কয় যে দুভৰিত শক্তি থকালৈকে তেওঁ সমাজৰ উন্নয়নৰ হকে যথাসাধ্য সেৱা আগবঢ়াই যাব। তদুপৰি নৱ-প্ৰজন্মক সময় অপচয় নকৰি তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলৈ অহ্বান জনায়।

পৌৰপতি ৰুলী শৰ্মাই পৌৰসভাৰ অধীনস্থ ৰাজহুৱা শ্মশানখনৰ দীৰ্ঘদিনিয়া অভাৱ দূৰ কৰাৰ বাবে শৰ্মাক কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁৰ দৰে প্ৰচাৰ বিমুখ, কঠোৰ পৰিশ্ৰমী আৰু উদাৰ ব্যক্তি সমাজৰ বাবে আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰে।

পৌৰসভাৰ কৰ্মচাৰী ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত ৱাৰ্ড কমিচনাৰ ৰীতা মহন্ত, ৰুপক দাস গুপ্ত, বিমান শইকীয়া, মাধৱী সৰকাৰ, আচমা চুলতানা, তাপসী চাহা, জ্যেষ্ঠ কৰ্মচাৰি প্ৰদিপ শইকীয়া, ৰাতুল শৰ্মা, পবিত্ৰ বৰুৱা, ভুপেন কলিতা প্ৰমুখ্যে পৌৰ কৰ্মচাৰী সকলৰ উপৰিও কাৰ্যবাহী বিষয়া প্ৰাঞ্জল দাসকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd