• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াৰ শাওপাত? অসমীয়াৰ ওপৰত “কেব”ৰ আঘাতৰ পিছতে মোদীৰ “পতন” গংগাঘাটত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2019 7:05 pm
PM Modi
36.6k
VIEWS
Share on FacebookShare on Twitter

সংবিধানৰ মৌলিক চৰিত্ৰত আঘাত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক উভয় সদনত গৃহীত কৰাৰ ৩ দিন পিছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ নিজৰ সমষ্টিতে গংগাঘাটত উজুটি খাই পৰে।

নদীখনত নৌকাবিহাৰৰ পিছত ঘাটৰ পৰা উঠি আহোঁতে এই অঘটনটো ঘটে। অৱশ্যে লগত থকা নিৰাপত্তাৰক্ষীয়ে কোনো আঘাত পোৱাৰ আগতেই মোদীক দাঙি উঠাবলৈ সক্ষম হয়।

মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ, বিহাৰৰ উপ-মুখ্য মন্ত্ৰী সুশীল মোদী আৰু উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী টি এছ ৰাৱতৰ সৈতে গংগাত নৌকাবিহাৰ কৰিছিল।

আনহাতে মোদীৰ এই “পতন”ৰ পিছতে অসমৰ কিছু সংখ্যক ছ’চিয়েল মিডিয়া য়ুজাৰে ইয়াক অসমীয়াৰ অভিশাপৰ ফল হিচাপে প্ৰক্ষেপ কৰিছে।

অসমত সকলো খিলঞ্জীয়া লোকে বিধেয়কখন (বৰ্তমান আইন)ক অসমীয়া জাতিৰ বাবে ধ্বংসকাৰী আখ্যা দিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত ৰাখিছে।

উল্লেখ কৰিব পাৰি যে আইনখন বিধেয়কৰ ৰূপত থাকোতেই অসম তথা উত্তৰ-পূবৰ জনগণে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা মোদীক নানা অনুনয়-বিনয় কৰিছিল।

মোদী নেতৃত্বাধীন প্ৰথমখন চৰকাৰে বিধেয়কখন লোকসভাত গৃহীত কৰিছিল যদিও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকাত গৃহীত কৰিব নোৱৰা বাবে আইনত পৰিণত কৰিব নোৱাৰিলে।

কিন্তু মোদীৰ দ্বিতীয়খন চৰকাৰে যোৱা ৯ আৰু ১১ ডিচেম্বৰত ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত ইয়াক গৃহীত কৰিবলৈ সক্ষম হয়।

Recent News

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd