• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাথোঁ টফীয়েই নহয়, মেলোনীক মুগাৰ চাদৰৰ পৰা মাৰ্বলৰ উপহাৰলৈকে দিলে মোদীয়ে! কি কি আছে তালিকাত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 2:37 pm
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পাঁচখন দেশ ভ্ৰমণ কৰি ভাৰতলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰ এই যাত্ৰাৰ ভিতৰত ইটালী ভ্ৰমণৰ কথা সকলোৰে মুখে মুখে চৰ্চা হৈছে। বিশেষকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎকাৰ আৰু মেলোনীলৈ লৈ যোৱা ‘মেলোডী’ টফীৰ উপহাৰে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে। পিছে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল টফীয়েই লৈ যোৱা নাছিল, ইয়াৰ লগতে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে ভাৰতৰ চহকী সংস্কৃতিৰ প্ৰতীকস্বৰূপ আন কেইবাটাও অতি বিশেষ উপহাৰ লৈ গৈছিল যিয়ে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব।

Things PM Modi gifted to Italy PM Giorgia Meloni

>Melody toffees: A meme-friendly gift for viral “Melodi” nickname & keeps the exchange lighthearted.

>Shirui Lily silk shawl: Textile gift that highlights Northeast India’s craftsmanship & floral symbolism.

>Muga silk shawl:… pic.twitter.com/K5nNZHA5E8

— Chota Don (@choga_don) May 21, 2026

প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্জিয়া মেলোনীক অসমৰ গৌৰৱ মৰমৰ মুগাৰ এখন চাদৰ উপহাৰ হিচাপে আগবঢ়ায়।  মুগাৰ চাদৰখনৰ লগতে প্ৰধানমন্ত্ৰীয়ে মেলোনীক মণিপুৰৰ পৰম্পৰাৰে নিৰ্মিত এখন বিশেষ ৰেচমৰ ষ্টোল উপহাৰ দিয়ে। এই ষ্টোলখনত মণিপুৰৰ বিৰল ফুল ‘শিৰুই লিলি’ৰ চানেকি ব্যৱহাৰ কৰা হৈছে। শিৰুই লিলি ফুল কেৱল মণিপুৰৰ পাহাৰতহে পোৱা যায় আৰু ইয়াক সন্মান আৰু বিশুদ্ধতাৰ প্ৰতীক বুলি ধৰা হয়। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল ইটালীত লিলি ফুলক বিশুদ্ধতা আৰু সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, যাৰ বাবে এই উপহাৰটো মেলোনীৰ বাবে আৰু বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Apply Now

ইটালীৰ প্ৰধানমন্ত্ৰীৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাকো এটা অতি সুন্দৰ উপহাৰ দিয়ে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীক আগ্ৰাৰ বিখ্যাত পাথৰৰ কাৰুকাৰ্যৰে নিৰ্মিত এটা মাৰ্বলৰ বাকচ উপহাৰ দিয়ে। এই বাকচটো বহুমূলীয়া শিল আৰু সুন্দৰ কলাৰে সজোৱা আছিল। এই বাকচটোৰ ভিতৰত ভাৰতৰ প্ৰখ্যাত সংগীতজ্ঞ পণ্ডিত ভীমসেন যোশী আৰু এম. সুববুলক্ষ্মীৰ শাস্ত্ৰীয় সংগীতৰ ৰেকৰ্ডিং ভৰাই দিয়া হৈছিল। এই আটাইবোৰ উপহাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ চহকী কলা, সংস্কৃতি আৰু সংগীতৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd