• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী চৰকাৰে অসমীয়াৰ সৈতে মাছ-বেঙৰ খেলটো খেলিছে, কিয় ক’লে অখিলে?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 3, 2019 10:32 pm

1 min read

Akhil Gogoi

অখিল গগৈ। ফাইল ছবি।

562
VIEWS
Share on FacebookShare on Twitter

সৰু ল’ৰা-ছোৱালীৰ সৈতে জ্যেষ্ঠসকলে খেলা গৰৈ মাছ আৰু বেঙৰ খেলবিধেই মোদী চৰকাৰে অসমীয়া জাতিৰ সৈতে খেলিছে বুলি মন্তব্য কৰি বৃহস্পতিবাৰে সংবাদমেলত খেলবিধৰ প্ৰদৰ্শনো দাঙি ধৰে অখিল গগৈয়ে।

“সৰু ল’ৰা-ছোৱালীক ডাঙৰ বিলাকে গৰৈ গৰৈ বুলি তৰ্জনী আঙুলিটো দেখুৱাই থাপ মাৰি ধৰিবৰ সময়ত বুঢ়া আঙুলি দেখুৱাই দি ডাঙৰসকলে ঠগে। এই খেলটোৱে মোদী চৰকাৰে অসমীয়া জাতিৰ লগত খেলিছে,” সংবাদমেলযোগে এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ সৰ্বত্ৰ প্ৰতিবাদৰ জুই জ্বলাই অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় কমিটি গঠনৰ সিদ্ধান্তক মাছ-বেং খেলৰ সৈতে তেওঁ তুলনা কৰিছে।

“৭০টা জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অসমৰ বুদ্ধিজীৱী সমাজ তথা সকলোৱে এই বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, সেই সময়তে সেইসকলৰ ক্ষোভ প্ৰশমিত কৰিবৰ কাৰণে চৰকাৰে গৰৈ গৰৈ গৰৈ কৈ বেঙ ধৰিবলৈ কোৱাৰ দৰে ল’ৰা ধেমালি খেলিছে,” কয় গগৈয়ে।

অসম চুক্তিৰ ৩৪ বছৰ পাছত নতুনকৈ কমিটি গঠন কৰাৰ কথাটো চুক্তিখনৰ লগতে অসম আন্দোলনৰ প্ৰতিও এক অপমান বুলি সংবাদমেলত মন্তব্য কৰে গগৈয়ে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd