• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰঝাৰ বিমান বন্দৰৰ পিছত মোদীয়ে ব্যক্তিগতখণ্ডক দিবলৈ ওলাইছে অসমৰ কেইবাখনো তৈলক্ষেত্ৰ

অষ্টলক্ষ্মী উত্তৰ-পূবৰ ৰাজহুৱা সম্পদ কাঢ়ি ব্যক্তিগত খণ্ডক গতোৱাৰ ষড়যন্ত্ৰ মোদী চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2018 11:34 am
OIL Tender

অইলে জাৰি কৰা টেণ্ডাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি ভবা মোদী চৰকাৰে অসমৰ সম্পদবিলাকৰ এটাৰ পিছত আন এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কৌশল অব্যাহত ৰাখিছে। অলপতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ব্যক্তিগত খণ্ডক গতাই দিয়াটো নিশ্চিত কৰাৰ পিছত এইবাৰ অসমৰ তৈলক্ষেত্ৰসমূহ গতাই দিবলৈ ওলাইছে।

জানিব পৰামতে, কেন্দ্ৰৰ মোদী চৰকাৰে ইতিমধ্যে অসমৰ ৭খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। আৰু এই ক্ষেত্ৰত অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে শাসন বিচৰা বিজেপি চৰকাৰখনে মৌন সন্মতি আগ বঢ়াইছে।

Apply Now

মন কৰিব লগীয়া যে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ইতিপূৰ্বে অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতখণ্ডক গতাই থৈছে। কিন্তু এতিয়া পুনৰ অইল ইণ্ডিয়াৰ অধীনত থকা আন ৬খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অইল ইণ্ডিয়া লিমিটেডৰ অধীনত থকা এই ৭খন তৈলক্ষেত্ৰ হ’ল- মৰাণ-ডিব্ৰুগড় সম্প্ৰসাৰণৰ হালধিবাৰী, মাধকালী, মৰাণ সম্প্ৰসাৰণৰ দক্ষিণ ৰাজগড়, উমাতৰা আৰু বাঘজান তৈলক্ষেত্ৰৰ দিচৈজান।

ইতিপূৰ্বে ইয়াৰ বাবে নিবিদা আহ্বান কৰা হৈ গৈছে। নিবিদা দাখিলৰ অন্তিম সময়সীমা ২০১৯ চনৰ ১৮ জানুৱাৰি।

আনহাতে এই ৫খন তৈল ক্ষেত্ৰৰ উপৰি অইল ইণ্ডিয়া লিমিটেডেও সুকীয়াকৈ ইয়াৰ অধীনৰ ২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ আন এটা ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে। ৰাজহুৱা খণ্ডৰ কোম্পানিটোৱে ইয়াৰ নিবিদা নং CDG9977L19 –ৰ যোগে যোৰাজান আৰু টেঙাখান ইষ্টাৰ্ন এছেট তৈলক্ষেত্ৰ দুখন অধিক উৎপাদনৰ অজুহাতত ব্যক্তিগত খণ্ডক দিবলৈ বিচাৰিছে। ইতিপূৰ্বে ইয়াৰ বাবে নিবিদা আহ্বান কৰা হৈছে।

ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ য়ুনিয়নৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ এনে অসমবিৰোধী তথা ৰাজহুৱা খণ্ডৰ প্ৰতিকূল সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অইলৰ অন্যতম শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ য়ুনিয়ন চমুকৈ আই অ’ ডব্লিউ।

ব্যক্তিগত খণ্ডৰ হাতত তৈলক্ষেত্ৰ গতাই দিলে ইয়াৰ কৰ্মচাৰীসকলে সন্মুখীন হ’ব পৰা জটিল পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে সংগঠনটোৱে। কেন্দ্ৰীয় চৰকাৰ আৰু অইলৰ এই ষড়যন্ত্ৰক সংগঠনটোৱে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে এক বৃহৎ গণ আন্দোলনৰ সিদ্ধান্ত লৈছে।

অইল শ্ৰমিক য়ুনিয়নৰ সভাপতি ৰাজীৱ দিহিঙীয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক ভাস্কৰজ্যোতি বড়োই তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ দিয়া ন’হব বুলি সকীয়াই দিয়ে। এই সংকটৰ সময়ত অইল ইণ্ডিয়া লিমিটেডৰ সকলো শ্ৰমিক সংগঠনকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে নেতা দুজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd