• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী ‘ফাঁকিদাস, ফেকু’, সোণোৱাল-হিমন্ত-অতুল ‘বদন’: বোকাখাতত বিধায়ক ৰূপজ্যোতি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 2, 2018 11:09 pm

1 min read

assam mariyani cong mla rupjyoti

বোকাখাতত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ৰূপজ্যোতি কুৰ্মী। ছবি- নৰ্থ ইষ্ট নাও।

352
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী “ফাঁকিদাস, ফেকু, দগাবাজ”, মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰা “বদন বৰফুকন”। এই ঘোষণাৰে মন্ত্ৰী তথা অগপ সভাপতি বৰাৰ সমষ্টি বোকাখাতত দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

শতাধিক কৰ্মী-সমৰ্থকৰ বাইক ৰেলিৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হৈ ভোটাৰসকলক কংগ্ৰেছ প্ৰাৰ্থীক ভোট দানৰ বাবে আহ্বান জনায় বিধায়ক গৰাকীয়ে৷ প্ৰচাৰ কালত বাটতে লগ কৰি অগপ দলৰ প্ৰাৰ্থী ৰোমান বৰুৱাকো শুভেচ্ছা জ্ঞাপন কৰে কুৰ্মীয়ে৷

জাতি-মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি দলে এতিয়া বাংলাদেশীক ৰঙা দলিচাৰে অসমলৈ আমন্ত্ৰণ কৰাক লৈ বিধায়ক গৰাকীয়ে দলটোক তীব্ৰ সমালোচনা কৰে৷

নিজৰ হাতখনৰ প্ৰয়োজনীয়তা বাখ্যাৰে কুৰ্মীয়ে সকলোকে কংগ্ৰেছত ভোট দিবলৈ আহ্বান জনায়৷

পুৱাবেলাতেই সমষ্টিটোৰ হাতীখুলি আৰু মেথনি চাহ বাগিচা আৰু পিছত বোকাখাত চাহ বাগিচা আৰু নুমলীগড়ত দলৰ হৈ প্ৰচাৰ চলায় মৰিয়নীৰ বিধায়কজনে।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd