• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত জুই জ্বলাই বৰাকৰ হিন্দু বাঙালীক মোদীৰ নিৰ্বাচনী টোপ : ৰিপুণ বৰা

বৰাকৰ জ্বলন্ত সমস্যা, কাছাৰ কাগজ কলৰ দৰে সমস্যাৰ বিষয়ে একো ন'কলে মোদীয়ে : পৱন সিং ঘাটোৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2019 7:50 pm
Ripun Bora

ৰাজীৱ ভৱনত সংবাদমেল দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৪ জানুৱাৰিত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে শিলচৰলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ শীঘ্ৰেই গৃহীত হ’ব বুলি কোৱাৰ পিছত সংবাদমেল দি তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মোদীয়ে অসমত জুই জ্বলাই বৰাকৰ হিন্দু বাঙালীক মোদীৰ নিৰ্বাচনী টোপ দিয়া বুলি অভিযোগ কৰে।

“মোদীয়ে অসমত জুই জ্বলাবলৈ আহিল আৰু নিৰ্বাচনী টোপ দিলে হিন্দু বাংলাদেশী সকলক। ললিপপ খুৱালে তেওঁলোকক। ভোটবেংকৰ স্বাৰ্থতে এইবোৰ কথা কৈছে মোদীয়ে।” ৰিপুণ বৰাই কয়।

Apply Now

“বিধেয়ক গৃহীত হ’বলৈ বহু সময়ৰ প্ৰয়োজন। গতিকে ‘শীঘ্ৰেই বিলখন গৃহীত তথা অনুমোদন দিব’ বুলি কোৱাটো টোপ। সঁচা অৰ্থত জেপিচিয়ে ৭ জানুৱাৰিত সংসদত প্ৰতিবেদন দাখিল কৰিবহে। ইপিনে ৮ জানুৱাৰিত লোকসভাৰ অধিৱেশন শেষ হ’ব। কেনেকৈ এদিনতে বিলখনত অনুমোদন জনাব?” সভাপতি বৰাৰ প্ৰশ্ন।

আনহাতে মোদীয়ে ভাষণত অসমৰ কোনো ধৰণৰ উন্নয়নৰ কথা ন’কলে বুলি অভিযোগ কৰে ৰিপুণ বৰাই। কাছাৰ কাগজ কলৰ বিষয়েও একো ন’ কলে ভাষণত। কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহাৰ বাবে আন্দোলন কৰিব লগীয়া হৈছে। “অসমত ইমান দাবী উঠি থকা সত্ত্বেও ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও উত্থাপন নকৰিলে।” সভাপতি বৰাই সংবাদমেলত লগতে কয়।

“মুঠতে অসমৰ মূল ইচ্ছ্যু এটায়ো মোদীৰ ভাষণত স্থান নাপালে। পুনৰ মিছা কথাৰে প্ৰতিশ্ৰুতি দিহে গ’ ল মোদীয়ে।”

‘উদ্যোগ নীতিও বন্ধ কৰি দিলে’ বুলি কৈ তেওঁ মোদীক প্ৰশ্ন কৰে, “অসমৰ উন্নয়ন কিদৰে কৰিব?”

তাৰোপৰি ৰিপুণ বৰাই কয়, “মোদীয়ে আগৰটো নিৰ্বাচনৰ আগে আগে বৰাকতে ‘ডিটেইনশ্যন কেম্প ভাঙি দিম’ বুলি কৈছিল। কিন্তু নিৰ্বাচনৰ পাছত বিদেশী বুলি বহু লোকক তাত ভৰাই হাৰাশাস্তি কৰিলে।”

উল্লেখযোগ্য যে আজি মোদীৰ ভাষণৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত ৰিপুন বৰাৰ উপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু সাংসদ গৌৰৱ গগৈও উপস্থিত আছিল।

সংবাদমেলত পৱন সিং ঘাটোৱাৰে কয়, বৰাকৰ জ্বলন্ত সমস্যাৰ বিষয়ে একোৱেই ন’কলে। তৈলক্ষেত্ৰ আৰু কাছাৰ কাগজ কলৰ দৰে সমস্যাৰ কথা নুলিয়ালেই।

বিধায়ক ৰকিবুল হুছেইনে কয়, এপিনে নাগৰিকত্ব বিলৰ দ্বাৰা বিদেশীক সংস্থাপন দিব, আনপিনে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰিব, য’ত অসমীয়াৰ সাংবিধানিক সুৰক্ষা কৱচ দিব বিচাৰিছে। দুয়োটা স্ববিৰোধ কথা। তেওঁলোকে নিজে নাজানে কি কৰিব বিচাৰিছে। তেওঁলোকে ভয় খাইছে গতিকে তেওঁলোক এতিয়া কনফিউজড।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd