DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 26, 2022 5:25 pm
97
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে পুনৰ ৭৭ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে বিশ্বৰ শীৰ্ষ প্ৰভাৱশালী নেতাসকলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ পিছতে তালিকাত আছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে ।এন্থনী এলবানিছৰ ৰেটিং পইণ্ট হৈছে ৫৬% আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন (৪১%) তৃতীয় স্থানত আছে।

তালিকাখন বিজেপিয়ে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে য’ত লিখা হৈছে: “আকৌ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ শীৰ্ষত আছে। প্ৰধানমন্ত্ৰী মোদীৰ অনুমোদনৰ মূল্যাঙ্কন বিশ্বৰ সকলো মুখ্য নেতাৰ ভিতৰত সৰ্বাধিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭% অনুমোদন ৰেটিঙৰ সৈতে আটাইতকৈ জনপ্ৰিয় গোলকীয় নেতা হিচাবে তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে।”

বিডেনৰ পিছত আছে ৩৮ শতাংশ ৰেটিঙৰ সৈতে কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী ঋষি চুনাক ৩৬%। ২৩ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা ষষ্ঠ স্থানত আছে। এই জৰীপটো মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপে পৰিচালনা কৰিছে। এই সংস্থাটোৱে অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, ব্ৰাজিল, জাৰ্মানী, ভাৰত, মেক্সিকো, নেডাৰলেণ্ড, দক্ষিণ কোৰিয়া, স্পেইন, চুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জৰীপ চলাই তালিকা খন প্ৰকাশ কৰিছে।

মৰ্ণিং কনচাল্টৰ জৰীপ অনুসৰি ২০২২ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে তালিকাৰ শীৰ্ষত আছিল। প্ৰধানমন্ত্ৰী মোডীৰ পিছত মেক্সিকান ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজ অব্ৰাডৰ আৰু ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ দ্ৰাঘি ৬৩ শতাংশ আৰু ৫৪ শতাংশ ৰেটিংৰ সৈতে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছিল।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd