• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছা কথাৰে ভৰপূৰ মোদীৰ স্বাধীনতা দিৱসৰ ভাষণ : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2018 8:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত লালকিল্লাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক সম্বোদ্ধি দিয়া ভাষণত মিছা কথাৰে আভুৱা ভাঁৰিলে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

এই সংক্ৰান্তত বৃহস্পতিবাৰে তেওঁ সংবাদমাধ্যমৰ আগত কয়, ‘বিজেপি চৰকাৰে প্ৰণয়ন কৰা স্বচ্ছ ভাৰত অভিযানৰ ফলত ৩ লাখ শিশুৰ প্ৰাণ ৰক্ষা পৰা বুলি বিশ্ব সাস্থ্য সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰা বুলি মোদীয়ে কোৱা কথাটো সত্য নহয়।’ বৰঞ্চ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এই কথাহে কোৱা হৈছে যে যদি ‘২০১৯ চনৰ অক্টোবৰ মাহলৈকে স্বচ্ছ ভাৰত অভিযান ১০০ শতাংশ সাৰ্থক কৰিব পাৰে তেতিয়াহে ৩ লাখ শিশুক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব যাব।’

Apply Now

তদুপৰি ১৩ কোটি জনতাক মুদ্ৰা ঋণ দিয়া হোৱা বুলি মোদীয়ে ভাষণত কৰা দাবী সম্পূৰ্ণ সত্য নহয় বুলি উল্লেখ কৰি বৰাই কয়, ‘ইণ্ডিয়া টুডেই মুদ্ৰা ঋণৰ ওপৰত কৰা আৰ চি আইৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি ১৩ কোটি জনতাক প্ৰদান কৰা মুদ্ৰা ঋনৰ ৯৩ শতাংশ লোকে ৫০ হাজাৰ টকাৰ তলত ঋণ পাইছে।’

এনেধৰণেই প্ৰধান মন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ দৰে পবিত্ৰ দিনত মিছা কথা কৈ দেশবাসীক বিপথে পৰিচালিত কৰিছে বুলিও কয় ৰিপুন বৰাই।

তেওঁ আৰু কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ কম বৈদ্যুতিকৰণ হৈছিল বুলি মোদীয়ে কোৱা কথাটো সম্পূৰ্ণ মিছা। কংগ্ৰেছৰ দিনত প্ৰত্যেক বছৰে ১২ হাজাৰৰো অধিক গাওঁ বৈদ্যুতিকৰণ হৈছিল, তাৰ বিপৰীতে বিজেপি চৰকাৰৰ চাৰে চাৰিবছৰীয়া শাসনকালত বছৰে ৪৬০০ গাঁওহে বৈদ্যুতিকৰণ হৈছে।’

আনহাতে, প্ৰধান মন্ত্ৰীগৰাকীৰ ভাষণে দেশবাসীক নিৰাশ কৰা বুলি মন্তৱ্য কৰি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘চীনে ডোকলামত যি উত্তেজনাৰ সৃষ্টি কৰিছে অথবা পাকিস্তানে জন্মু-কাশ্মীৰত যি ভাবুকি আনিছে, সেই কথা মোদীয়ে সাহসেৰে ভাষণৰ মাজত এবাৰলৈও ন’কলে।’

তদুপৰি ‘বিমুদ্ৰাকৰণে পেলোৱা প্ৰভাব সম্পৰ্কেও তেওঁ একো নকলে, কাৰণ জলজল-পট পটকৈ ওলাই পৰিছে যে বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি কেনেকৈ ধ্বংশ কৰিছে।’- বৰাই কয়।

তদুপৰি দেশৰ অৰ্থনীতি যে সাংঘাটিকভাৱে অৱনমিত হৈছে যাৰ ফলত প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত আটাইতকৈ সৰ্বনিম্ন হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে এই কথা প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ নকৰি পলায়নবাদী মনোভাব গ্ৰহণ কৰিছে।

আনহাতে, মোদীৰ ভাষণত দেশত সংঘটিত হোৱা ১৫৬ টা দলবদ্ধ হত্যাকাণ্ডৰ কথাই স্থান নোপোৱাত ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, ‘মোদীয়ে ভাষণৰ মাজত এই প্ৰসংগ উল্লেখ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰাৰ আশ্বাস দিব বুলি দেশবাসীয়ে আশা কৰিছিল।’ কিন্তু ‘বহুতো আৰ এছ এছৰ লোক দলবদ্ধ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ বাবেই মোদীয়ে দলবদ্ধ হত্যাকাণ্ডৰ প্ৰসংগ ভাষণত উত্থাপন নকৰিলে।’ বুলি তেওঁ কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd