DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

মহম্মদ ছামিৰ অভিলেখ: দ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে স্পৰ্শ কৰিলে ঈৰ্ষণীয় মাইলষ্ট’ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2022 12:36 pm
Shami record
134
VIEWS
Share on FacebookShare on Twitter

মঙ্গলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত বৃহৎ বিজয় সাব্যস্ত কৰে ভাৰতে। ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তচনচ হৈ পৰা ইংলেণ্ড বাহিনীয়ে ১১০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু জয়ৰ এই সহজ লক্ষ্য ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে সংগ্ৰহ কৰে।

মেচখনত ভাৰতৰ জয়ৰ মূল নায়ক আছিল যশপ্ৰীত বুমৰাহ। ইংলেণ্ডৰ বেটিংক্ৰমৰ ছয়জনকৈ বেটাৰক পেভিলিয়নৰ মুখ দেখুৱাই একপ্ৰকাৰ সন্ত্ৰাস হৈ পৰে বুমৰাহ। বুমৰাহলৈ যোগ্য সহযোগ আগবঢ়াই মহম্মদ ছামীয়েও দখল কৰে তিনিটা উইকেট।

এইদৰে ছামিয়ে নিজৰ এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫০ টা উইকেটৰ মাইলষ্ট’ন স্পৰ্শ কৰে। বৰ্তমানলৈকে ছামিয়ে ৮০ খন আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত ১৫১ টা উইকেট দখল কৰিছে।

১৫০ টা উইকেটৰ সংখ্যা স্পৰ্শ কৰাৰ লগে লগে ছামি এই কৃতিত্ব অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে প্ৰাক্তন পেচাৰ অজিত আগাৰকৰক।

আগাৰকাৰে ৯৭ খন এদিনীয়া মেচত ১৫০ উইকেট সম্পূৰ্ণ কৰিছিল। মহম্মদ ছামিয়ে এইক্ষেত্ৰত আগাৰকাৰতকৈ ১৭ খন এদিনীয়া কমকৈ খেলিয়ে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

অৱশ্যে সামগ্ৰিকভাৱে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এই তালিকাত ছামি আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত আছে। তালিকাৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্ছ।

ষ্টাৰ্কে ৭৭ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে দ্বিতীয় স্থানত থকা পাকিস্তানৰ ছাকলেইন মুস্তাকে ৭৮ খন মেচত ১৫০ টা উইকেটৰ সীমা স্পৰ্শ কৰিছিল।

Recent News

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd