DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহেন বুঢ়াগোহাঁই আহোম সভাৰ নতুন সভাপতি নিৰ্বাচিত; নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰ সিদ্ধান্ত সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2019 2:59 pm
Ahom Sabha
644
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ত চলি থকা অসম আহোম সভাৰ ৬১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ ৫ জানুৱাৰিত অনুষ্ঠিত প্ৰতিনিধি সভাই মহেন বুঢ়াগোহাঁইক আহোম সভাৰ পৰৱৰ্তী সভাপতি আৰু হেমকান্ত দিহিঙীয়াক সম্পাদক নিৰ্বাচিত কৰে। প্ৰতিনিধি সভাই নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে। উল্লেখযোগ্য যে মহেন বুঢ়াগোহাঁই অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি আছিল।

প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় আহোম সভাই। তাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ কৰাৰ দাবীত আন্দোলন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে ঐক্যবদ্ধ আন্দোলন চলাই নিয়াৰ পোষকতা কৰে সভাই।

আনহাতে প্ৰতিনিধি সভাই অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং ছ্যুকাফাৰ নামত এখন বিশ্ববিদ্যালয় আৰু বৰ্তমানৰ কেওখন বিশ্ববিদ্যালয়তে তেওঁৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক দাবী জনাবলৈও প্ৰস্তাৱ গ্ৰহণ কৰে।

৫ জানুৱাৰিৰ দুপৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড0 ভীমকান্ত বৰুৱাৰ সঞ্চালনাত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাটোত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পুষ্পধৰ গগৈয়ে মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুদৰ্শন বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাধ্যাপক তথা ছাত্ৰ কল্যাণ বিভাগৰ ডীন ড০ জিতেন হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ সংগীতা গগৈ আৰু মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নিৰোদ গোহাঁয়েও আলোচক হিচাপে অংশগ্ৰহণ কৰে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd