DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 9:06 am
2.2k
VIEWS
Share on FacebookShare on Twitter

ইজৰাইল আৰু ছুইজাৰলেণ্ডৰ পিছত আন এখন দেশলৈ বিয়পি পৰিছে মাঙ্কিপক্স। এইবাৰ অষ্ট্ৰিয়াত এই ৰোগত আক্ৰান্ত এজন ৰোগীক চিনাক্ত কৰা হৈছে। এতিয়া এই ৰোগ বিশ্বৰ ১৫খন দেশলৈ বিয়পি পৰিছে।

বাতৰি অনুসৰি, ইজৰাইল আৰু ছুইজাৰলেণ্ডে জানিবলৈ দিছে যে তেওঁলোকৰ দেশত এজনকৈ ৰোগী চিনাক্ত কৰা হৈছে। তেওঁলোকে অলপতে বিদেশ ভ্ৰমণ কৰিছিল। ইজৰাইলে আন কেইবাজনো সন্দেহযুক্ত ৰোগীক পৰীক্ষা কৰি আছে।

মাঙ্কিপক্সত আক্ৰান্ত প্ৰথম ৰোগী চিনাক্ত হৈছিল ব্ৰিটেইনত। ইয়াৰ পিছতে ইউৰোপৰ স্পেইন, জাৰ্মানী, পৰ্তুগাল, বেলজিয়াম, ফ্ৰান্স, নেডাৰলেণ্ড, ইটালী আৰু চুইডেনতো এই ৰোগত আক্ৰান্ত ৰোগী পোৱা গৈছিল।

লগতে পঢ়ক: ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ইউৰোপীয় দেশসমূহকে ধৰি কানাডা আৰু অষ্ট্ৰেলিয়াত ৮০ জনৰো অধিক লোক  মাঙ্কিপক্সৰ সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰিছে। শেহতীয়া বছৰবোৰত আফ্ৰিকাৰ পশ্চিম আৰু মধ্যম অঞ্চলত হাজাৰোধিক মাঙ্কিপক্সৰ ঘটনা ধৰা পৰিছে যদিও ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ দেশবোৰত ইমানদিনে এই ৰোগৰ প্ৰাদুৰ্ভৱ দেখা যোৱা নাছিল।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে মাঙ্কিপক্স আৰু আন আন অঞ্চললৈ বিয়পিব পাৰে। ইপিনে বিশেষজ্ঞসকলে এতিয়ালৈকে মাঙ্কিপক্সৰ বাবে কোনো নিৰ্দিষ্ট ভেকচিনৰ কথা কোৱা নাই।

লগতে পঢ়ক: অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

বিবিচিৰ বাতৰি অনুসৰি কিছুমান দেশে ইতিমধ্যে স্মলপক্স (সৰু আই)ৰ ভেকচিন সংৰক্ষণ কৰা কাম আৰম্ভ কৰি দিছে। 

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd