• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাৰিত উন্মত্ত ‘মৰেল পুলিচ’ৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱকক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 21, 2018 6:39 pm

1 min read

Moral policing in Sonari
72
VIEWS
Share on FacebookShare on Twitter

মাজুলীত এগৰাকী মহিলাক একাংশ লোকে ৰাজহুৱাভাৱে নিৰ্যাতন চলোৱাৰ ‘ভাইৰেল ভিডিঅ’ই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক ‘মৰেল পুলিচগিৰিৰ’ ঘটনা।

চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত এই ঘটনাত একাংশ উন্মুক্ত লোকে এজন যুৱকক চুৰিৰ অভিযোগত ৰাজহুৱা ভাৱে মাৰপিট কৰাৰ লগতে হাত বান্ধি নিৰ্মম অত্যাচাৰ চলায়।

প্ৰাপ্ত তথ্য মতে সোণাৰি নগৰৰ চেনী গুডাম অঞ্চলৰ এখন গেলামালৰ দোকানৰ পৰা বস্তু চুৰি কৰোতেই ৰাইজে যুৱক গৰকাৰীক হাতে-লোটে কৰায়ত্ত কৰে। তাৰ পিছতেই তেওঁৰ হাত বান্ধি নিৰ্মম অত্যাচাৰ চলাই একাংশ ৰাইজে।

অৱশ্যে পিছত কোনো লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত জনতাৰ ৰোষৰ পৰা যুৱকজনক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়। ধৃত যুৱকজনৰ নাম চুমন বাউৰি (২০) বুলি জানিব পৰা গৈছে।

আনহাতে, এইদৰে আৰক্ষীক চমজাই নিদি একাংশ লোকে আইন হাতত তুলি ‘মৰেল পুলিচগিৰি’ৰ নামত যুৱকজনৰ ওপৰত অত্যচাৰ চলোৱা কাৰ্য্যক অঞ্চলটোৰ সচেতন মহলে গৰিহণা দিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd