• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয়  দিনা মৰাণহাট, ডিব্ৰুগড় শীৰ্ষত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 29, 2018 9:28 am
IMG-20181228-WA0000
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কালি ২৮ ডিচেম্বৰ শুকুৰবাৰে শিৱসাগৰত চলি থকা ২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ  দ্বিতীয়  দিনাৰ প্ৰতিযোগিতাত দলীয়ভাৱে মৰাণহাট আৰু ডিব্ৰুগড় শীৰ্ষত আছে।

২৬ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ২৭ সংখ্যক আন্তঃজিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা। অসমৰ ৩৩ খন ক্ৰীড়া জিলাৰ ১৮৩৬ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিভিন্ন দূৰত্বৰ দৌৰ, খোজকঢ়া, শ্বটপুট, ডিছকাছ থ্ৰ, হামাৰ থ্ৰ,লংজাম্প, হাইজাম্প আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা  এই প্ৰতিযোগিতাত দ্বিতীয় দিনা মৰাণহাট আৰু ডিব্ৰুগড় জিলা দলীয় ভাৱে পদক তালিকাত আগবাঢ়ি আছে। যোৱা দুদিনত বিভিন্ন শাখাত অনুষ্ঠিত খেলৰ ফলাফল অনুযায়ী  বিজয়ী সকলৰ নাম এনে ধৰণৰ—

Apply Now

৫০০০ মিটাৰ মহিলা দৌৰত – ৩৫ বছৰ উৰ্ধৰ গ্ৰুপত লখিমপুৰৰ দীপ্তি নাথ বৰা,৪০ বছৰ উৰ্ধৰ গ্ৰুপত চৰাইদেউৰ মুনমী দিহিঙীয়া, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত  মৰিগাঁওৰ মীনা বৰদলৈ, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ পদুমী গোঁহাই, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ লাৱণ্য চমুৱা।

৫০০০ মিটাৰ পুৰুষ দৌৰ-

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত যোৰহাটৰ ছন্দন বুঢ়াগোহাঁই, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ মানচিদ অৰিয়া, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ ৰুদ্ৰেশ্বৰ ডেকা, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ পূৰ্ণ ফুকন, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ পৰেশ চন্দ্ৰ নাথ।

৪০০ মিটাৰ পুৰুষ দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপ ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চলিহা, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ অভিজিৎ নাথ, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ নৰেন মাঝি, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ গণেশ গগৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ বিজয় ভূঞা।

১০০ মিটাৰ মহিলা দৌৰ

৫০ বছৰ উৰ্ধৰ গ্ৰুপত টিংখাঙৰ ইন্দিৰা লাহন গোঁহাই, ৫৫ বছৰ  উৰ্ধৰ গ্ৰুপত চিৰাঙৰ বিলাসী কুমচাং,৬০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ  গোলাপী শইকীয়া, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ মঞ্জুলা চৌধুৰী, ৭০ বছৰ উৰ্ধৰ গ্ৰুপত চিলাপথাৰৰ দূৰ্গাৱতী কোঁৱৰ, ৭৫ বছৰ উৰ্ধৰ গ্ৰুপত শিৱসাগৰৰ ৰূপদা বৰগোঁহাই, ৮৫ বছৰ উৰ্ধৰ গ্ৰুপত লখিমপুৰৰ ললিতী ফুকন।

১০০ মিটাৰ পুৰুষ দৌৰ

৫০ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ প্ৰহ্লাদ চন্দ্ৰ ৰয়, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ প্ৰহ্লাদ চন্দ্ৰ দত্ত, ৬০ বছৰ  উৰ্ধৰ গ্ৰুপত বৰপেটাৰ জগদা তালুকদাৰ, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ জোনাৰাম গগৈ।

মহিলাৰ লং জাম্প

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰিগাঁওৰ নিকুমণি দেৱী ,৪০ বছৰ উৰ্ধৰ গ্ৰুপত গোৱালপাৰাৰ মনোমতী ৰাভা, ৪৫ বছৰ  উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ ৰূপা সোণোৱাল, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত শিৱসাগৰৰ ৰীতা দত্ত, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত চিৰাঙৰ বিলাসী কুমচিং।

৮০০ মিটাৰ পুৰুষৰ দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চলিহা, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ পাৰ্থপ্ৰতীম দত্ত, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ ক্ষীৰোদ কুমাৰ ৰয়, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ গণেশ গগৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ পৰেশ চন্দ্ৰ নাথ, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ অশোক সিং, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত  চিলাপথাৰৰ সোণাধৰ গগৈ।

৮০০ মিটাৰ মহিলা দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ দীপ্তি চুতীয়া, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত কামৰূপৰ দীপামণি ডেকা, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত বজালীৰ মণিকা খাটনীয়াৰ, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত মৰিগাঁৱৰ মীনা বৰদলৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ অনিমা চমুৱা, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ চিত্ৰা গগৈ, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত যোৰহাটৰ হিমানী শইকীয়া।

সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ উদ্যোগত, শিৱসাগৰ ক্ৰীড়া সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাখনৰ ৩০ ডিচেম্বৰত অন্ত পৰিব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd