• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীৰ ধৰ্মপুৰত প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2021 4:52 pm

1 min read

নলবাৰীৰ ধৰ্মপুৰত প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
217
VIEWS
Share on FacebookShare on Twitter

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত প্ৰায় ৩০০ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন দেহৰ গাঁও পঞ্চায়তত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়।

বিজেপিত যোগদান কাৰ্য্যসূচী উপলক্ষে ধৰ্মপুৰ সমষ্টিৰ কাছিমপুৰ বাজাৰ গৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

বিজেপিত যোগদান কাৰ্য্যসূচীৰ পূৰ্বে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাছিমপুৰত নতুনকৈ নিৰ্মাণ কৰা এটা ৰাজহুৱা গৃহৰ উদ্বোধন কৰে।

মন্ত্ৰী পাটোৱাৰী আৰু নলবাৰীৰ অন্যান্য বিজেপি কৰ্মীৰ উপস্থিতিত কংগ্ৰেছ কৰ্মী সকলক বিজেপিৰ মাফলা, টুপী আদিৰে দলটোলৈ আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়।

ৰাজহুৱা সভাত মন্ত্ৰী পাটোৱাৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে সহজে জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰাৰ লগতে বিজেপিৰ নেতৃত্বত ৰাজ্যত উন্নয়ন সাধন হৈছে বুলি কয়।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd