• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী ক’ভিড পজিটিভ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
September 3, 2020 8:33 pm
642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী নগাওঁ জিলাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে আৰু শিক্ষক সমাজক আতংকিত কৰি তুলিছে।

জিলাখনৰ একাংশ শিক্ষকে পৰীক্ষা কৰিব পাৰিলে যদিও আৰ টি পি ছি আৰ কীটৰ যোগানৰ অভাৱতে জিলা খনৰ অধিকাংশ শিক্ষকেই এতিয়ালৈকে পৰীক্ষা কৰিবলৈ সক্ষম হ’ব পৰা নাই।

Apply Now

২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈকে পৰীক্ষা কৰা ফলাফলৰ ৰিপৰ্টত ৭৫ জন, ৩০ জন, ২২ জন , পহিলা ছেপ্টেম্বৰ অহা তালিকাত ৯ জন, বুধবাৰে সৰ্বাধিক ২৫০ জন আৰু আজি অহা শেহতীয়া তালিকাত ২০ জনৰ শৰীৰত ক’ভিড১৯ৰ অৱস্থিতি ধৰা পৰা ঘটনাই নগাঁও জিলাত কৰ’না ভাইৰাছে যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া প্ৰমাণ হৈ পৰিছে।

জিলা খনৰ কলিয়াবৰ, জখলাবন্ধা, বৰজুৰি, শালনা, চামগুৰি, লাওখোৱা, পুৰণিগুদাম, ৰূপহী, জুৰীয়া, ধিং, চাপৰমুখ,বঢ়মপুৰ, ৰহা, কামপুৰ, হয়বৰগাঁও, বেবেজীয়াকে ধৰি সমগ্ৰ স্থানৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

ইপিনে শিক্ষক সমাজৰ বাহিৰেও সাধাৰণ জনতাৰ মাজত কৰ’না পৰীক্ষা কৰিলে সহস্ৰাধিক লোকৰ শৰীৰত কৰ’না পজিটিভ পোৱা যাব যে সেয়া খাটাং।

শেহতীয়া ভাবে স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰাৰ ফলত স্বাস্থ্য বিভাগে নিৰ্দিষ্ট কৰি দিয়া স্থানত আজিও জিলা খনৰ অধিকাংশ শিক্ষকেই কৰ’না পৰীক্ষা কৰিবলৈ সক্ষম হোৱা নাই।

শিক্ষা বিভাগে অহা ২১ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষক কৰ্মচাৰী সকলে আৰ টি পি ছি আৰ পৰীক্ষা কৰি নিগেটিভ চাৰ্টিফিকেট লৈ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ যি নিৰ্দেশ জাৰি কৰিছে সেয়া কাৰ্যতঃ হ’বনে বুলি এতিয়া প্ৰশ্ন উঠিছে।

স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট যোগান ধৰিব নোৱাৰাৰ বাবেই এতিয়া শিক্ষক কৰ্মচাৰী সকলে পৰীক্ষা কৰিব পৰা নাই।

Tags: COVID-19
বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd