• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 20, 2021 7:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলিত নাগ্ৰীজুলি মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিজেপি দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী আৰু বিজেপিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ন দাসৰ  উপস্থিতিত বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা পাঁচ শতাধিক লোকে আজি বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

Apply Now

আজিৰ যোগদান সভাত  তামুলপুৰ জিলা বিপিএফৰ সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি আলাউদ্দিন আহমেদৰ নেতৃত্বত তিনি শতাধিক বিপিএফ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰাৰ উপৰিও গণ সুৰক্ষা পাৰ্টি আৰু অন্যান্য দলৰ পৰা অহা মুঠ পাঁচশ বাৰ গৰাকী পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰি গেৰুৱা বসন পৰিধান কৰে।

সভাৰ অন্তত যোগদান কাৰ্যসূচী সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয়- ” বিজেপিত যোগদান কৰা কাৰ্যসূচী নিৰন্তৰ ভাৱে চলি আছে। বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ বিধান সভা সমষ্টিত মুঠ আশী হাজাৰ লোকৰ যোগদান সম্পূৰ্ণ হ’ব। আশী হাজাৰ হবলৈ আৰু  সাত-আঠ হাজাৰ বাকী আছে আৰু অতি সোনকালে এইখিনি কাম সম্পন্ন হব।”

তেওঁ পুনৰ কয়- ‘‘অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা আঁচনিয়ে ৰাইজৰ উপকাৰ সাধন কৰিছে আৰু তাৰ বাবেই আজি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু আজিৰ যোগদান কাৰ্যসূচীয়ে এই কথা প্ৰমাণ কৰিছ।’’

বিপিএফৰ সংখ্যালঘু কোষৰ তামুলপুৰ জিলাৰ সভাপতি আলাউদ্দিন আহমেদে বিজেপি দলত যোগদান কৰি কয়- ‘‘বিপিএফ দলে সকলো শ্ৰেণীৰ ৰাইজৰ আশা আৰু আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। কিন্তু বিজেপি দলে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক আঁকোৱালি লৈ সকলো স্তৰৰ ৰাইজৰ  উন্নয়নৰ স্বাৰ্থত  কাম কৰি আহিছে। সেয়ে মই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈছো আৰু আজি মোৰ লগতে বিপিএফ দলৰ পৰা অহা প্ৰায় তিনি শতাধিক লোকে বিজেপি দলত যোগদান কৰিছে।’’

নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই আঁত ধৰা সভাত বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, যুৱ বিজেপি নেতা ভজন দাস, খগেন দাস, ৰঞ্জিত সৰকাৰৰ উপৰিও ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে।

 

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd