• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁও আন্ত: বিদ্যালয় ১৫ বছৰ অনুৰ্ধ দবাত পীয়ূষ – প্ৰাপ্তিবৰ্ণাৰ খিতাপ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 13, 2022 10:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলা আন্ত: বিদ্যালয় দবাত মৰিগাঁও মজলীয়া বিদ্যালয়ৰ পিয়ূষ প্ৰতীম মছৰং আৰু সংস্কৃতি বিদ্যাপীঠ, বঘৰাৰ প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়া ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ খিতাপ দখল কৰে ।

দুয়োগৰাকী দবাৰুৱে ছয় খন খেলৰ আটাই কেইখনতে ছয় পইণ্ট সংগ্ৰহ কৰে । আনহাতে ল’ৰা শাখাত শীৰ্ষ ছয়টা স্থান লাভ কৰা আন পাঁচ গৰাকী দবাৰু হ’ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতনৰ কৌস্তভ গগৈ , বিদ্যাপীঠ বঘৰা শংকৰদেৱ বিদ্যানিকেতনৰ হিমাংক শৰ্মা কুশতলি শ্ৰীমন্ত শংকৰদেৱ ঈশান প্ৰতীম ডেকা ,শংকৰদেব শিশু নিকেতন , মৰিগাঁৱৰ দেবাশিষ বৰুৱা আৰু শংকৰদেৱ বিদ্যানিকেতন ,চৰািবাহীৰঅনুৰাগ নাথে মুঠ পাঁচ পইণ্টকৈ লাভ কৰে। সেইদৰে ছোবালী শাখাত ছয়টা শীৰ্ষ স্হানৰ আন পাঁচ গৰাকী দবাৰু হ’ল ক্ৰমে শংকৰদেৱ বিদ্যানিকেতন , চৰাইবাহীৰ প্ৰজ্ঞাশ্ৰী দেৱী , ( ৫ পইণ্ট) ,চেণ্ট থেৰেছা ,মৰিগাঁৱৰ চয়ানিকা বুঢ়াগোহাঁই ( ৪.৫ ) ,শংকৰদেৱ বিদ্যানিকেতন , চৰাইবাহীৰ শিখাজ্যোতি ৰঙহাঙ (৪), নবোদয় জাতীয় বিদ্যালয় কৃষ্টি দাস ( ৪) আৰু মৰিগাঁও মজলীয়া বিদ্যালয়ৰ জিমি হ’ক ( ৪) ।

Apply Now

 

আটাইকেগৰাকী কনিষ্ঠ দবাৰু ২৮ জুলাইৰ পৰা ১০ আগষ্টলৈ চেন্নাইত হ’ব লগা দবা অলিম্পিয়াড প্ৰতিযোগিতাৰ বাবে ২৬ আৰু ২৭ জুনত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক বাচনি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব । উল্লেখ্য মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও মজলীয় বিদ্যালয়ত ১১ আৰু ১২ জুন অনুষ্ঠিত কৰিছিল বিদ্যালয় দবা প্ৰতিযোগিতাখন ।

প্ৰায় ১০০ গৰাকী কণকণ দবাৰুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে । প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত মুখ্য অতিথিৰূপে উপস্হিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া ক্ষীতীশ চন্দ্ৰ পেগু ।

জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব সভা খনত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাকে ধৰি কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল । আনহাতে দবা প্ৰতিযোগিতাখনৰ বিচাৰক আছিল আন্ত:ৰাষ্ট্ৰীয় আৰবিৰ্টাৰ এম অৰুণ সিং।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd