• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰাতিপুৱাৰ এই ৪টা অভ্যাসে আপোনাক অকালতে বৃদ্ধ তুলিব পাৰে! সাৱধান হওক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 7:05 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱাৰ সময়ছোৱা আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰি যদি আপুনি নিয়মীয়াকৈ ব্যায়াম কৰে আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে, তেন্তে আপুনি দীৰ্ঘদিনলৈ সুস্থ আৰু সৱল হৈ থাকিব পাৰিব। সুস্থ জীৱনযাপনৰ বাবে সু-অভ্যাস গঢ়ি তোলাটো অপৰিহাৰ্য; অন্যথা কম বয়সতেই বিভিন্ন ৰোগে আপোনাক আক্ৰমণ কৰিব পাৰে।আমাৰ ৰাতিপুৱাৰ অভ্যাসৰ সৈতে স্বাস্থ্যৰ গভীৰ সম্পৰ্ক আছে। বৃদ্ধ বয়সতো সক্ৰিয় হৈ থাকিবলৈ দৈনন্দিন ৰুটিনত মনোনিৱেশ কৰাটো প্ৰয়োজনীয়। কিন্তু বহু লোকৰ ৰাতিপুৱাৰ কিছুমান অভ্যাস স্বাস্থ্যৰ বাবে হানিকাৰক। এই অভ্যাসবোৰ সলনি নকৰিলে আপোনাক অকালতে বৃদ্ধ যেন দেখা যাব পাৰে।

আহক জানো, কোনকেইটা অভ্যাসে আপোনাৰ ক্ষতি কৰিব পাৰে:

Apply Now

১. সাৰ পোৱাৰ পাছতেই ‘বেড-টি’ বা কফি খোৱাবহু লোকৰ ৰাতিপুৱা বিছনাতে চাহ বা কফি খোৱাৰ অভ্যাস থাকে। খালী পেটত গাখীৰ চাহ বা কফি সেৱন কৰিলে শৰীৰত একেলগে কেফেইন আৰু চেনি প্ৰৱেশ কৰে, যি হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হোৱাৰ লগতে এচিডিটিৰ সমস্যা সৃষ্টি কৰে। ৰাতিপুৱা কফি বা চাহ খোৱাৰ আগতে এগিলাচ পানী খোৱাৰ অভ্যাস কৰক।

২. সাৰ পোৱাৰ লগে লগে মোবাইল পৰীক্ষা কৰাআজিকালি প্ৰায়ভাগ মানুহৰে চকু মেলাৰ লগে লগে মোবাইল চলোৱাৰ অভ্যাস আছে। ইয়াৰ ফলত চকুৰ ওপৰত অতিৰিক্ত চাপ পৰে আৰু মানসিক উদ্বেগ বৃদ্ধি পায়। দিনটোৰ আৰম্ভণিটো শান্ত আৰু প্ৰকৃতিৰ সৈতে হোৱা উচিত, স্ক্ৰীণৰ সৈতে নহয়।

৩. শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰাতিপুৱা কোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপ নকৰাটো এক অতি বেয়া অভ্যাস। সাৰ পোৱাৰ পিছত যোগাসন, ষ্ট্ৰেচিং বা অন্ততঃ অলপ সময় খোজ কঢ়া উচিত। ই শৰীৰৰ তেজ সঞ্চালন বৃদ্ধি কৰে আৰু দিনটোৰ বাবে আপোনাক শক্তি প্ৰদান কৰে।

৪. অস্বাস্থ্যকৰ ব্ৰেকফাষ্ট বা ব্ৰেকফাষ্ট এৰি ৰাতিপুৱাৰ আহাৰত বহুতে কেৱল ব্ৰেড-বিস্কুট, বা অত্যধিক তেলযুক্ত খাদ্য যেনে পুৰী-ভাজী, পৰঠা আদি খায়। এইবোৰে পুষ্টি যোগান ধৰাৰ পৰিৱৰ্তে শৰীৰত মেদবহুলতা আৰু গেছৰ সমস্যাহে বঢ়ায়। ইয়াৰ পৰিৱৰ্তে ওটচ, দালিয়া, ফল-মূল, বাদাম বা কণীৰ দৰে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা উচিত।

মনত ৰাখিব, সৰু সৰু পৰিৱৰ্তনে জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। আজিৰ পৰাই এই বেয়া অভ্যাসবোৰ ত্যাগ কৰি এক স্বাস্থ্যকৰ পুৱা আৰম্ভ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd