• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকসভা নিৰ্বাচনে গঢ়িলে অভিলেখ; বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনৰ ৰেকৰ্ড,আনুমানিক খৰচ প্ৰায় ১.৩৫ লাখ কোটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 11:55 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে দাবী কৰিছে যে ভাৰতৰ বৰ্তমানৰ লোকসভা নিৰ্বাচনে সকলো অভিলেখ অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত হৈছে। সংস্থাটোৰ হিচাপ অনুসৰি চলিত নিৰ্বাচনত ১.৩৫ লাখ কোটি টকা খৰচ হৈছিল। সেই অনুসৰি প্ৰতিটো ভোট সংগ্ৰহৰ বাবে ১৪০০ টকা খৰচ হৈছিল। বৰ্তমানৰ লোকসভা নিৰ্বাচনে খৰচৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক অতিক্ৰম কৰিছে। ২০২০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ব্যয় হৈছিল ১.২০ লাখ কোটি টকা।

চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ হিচাপ অনুসৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৫৫ৰ পৰা ৬০ হাজাৰ কোটি টকা খৰচ হৈছিল। সংস্থাটোৰ মতে, বিজেপিৰ পৰা কংগ্ৰেছ, সমাজবাদী পাৰ্টিলৈকে ভোটাৰৰ হৃদয় জয় কৰিবলৈ খৰচৰ কথা কোনেও চিন্তা নকৰে।

নিৰ্বাচন আয়োগে প্ৰাৰ্থীসকলৰ ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰিছে। ২০২২ চনলৈকে প্ৰতিজন লোকসভাৰ প্ৰাৰ্থীয়ে ৯৫ লাখ টকা পৰ্যন্ত খৰচ কৰিব পাৰিব। ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি বিধানসভাৰ প্ৰাৰ্থীয়ে ২৮-৪০ লাখ টকাৰ ভিতৰত ব্যয় কৰিব পাৰে। অৰুণাচল প্ৰদেশৰ দৰে সৰু ৰাজ্যত লোকসভাৰ প্ৰাৰ্থীয়ে ৭৫ লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰে। সেই ৰাজ্যসমূহৰ বিধানসভাৰ প্ৰাৰ্থীয়ে ২৮ লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰে। মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ২০০২ চনত এই সীমা বৃদ্ধি কৰা হৈছিল।

Apply Now

কিন্তু ৰাজনৈতিক দলৰ ব্যয়ৰ কোনো সীমা নাই। ৰাজহুৱা সভা, ৰোড শ্ব’, বিজ্ঞাপন আৰু মনোনয়ন দাখিলৰ পাছত হোৱা পৰিবহণ খৰচৰ ক্ষেত্ৰতো প্ৰাৰ্থীৰ ক্ষেত্ৰত ব্যয়ৰ সীমা প্ৰযোজ্য।

চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ তথ্য অনুসৰি ১৯৫১-৫২ চনৰ নিৰ্বাচনৰ তুলনাত ব্যয়ৰ সীমা ৩০০ গুণ বৃদ্ধি পাইছে। তেতিয়া এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ২৫ হাজাৰ টকা খৰচ কৰিব পাৰিছিল।

স্বচ্ছতা অনাৰ বাবে ৰাজনৈতিক দলসমূহে আয়োগক বাৰ্ষিক অনুদানৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। তাত তেওঁলোকে ২০ হাজাৰতকৈ অধিক টকাৰ অনুদানৰ তথ্য দিয়ে। ইয়াৰ লগতে দলসমূহে ভোটদানৰ ৭৫ দিনৰ ভিতৰত বাৰ্ষিক অডিট কৰা হিচাপ আৰু নিৰ্বাচনী খৰচ দাখিল কৰে। আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে। কিন্তু ‘চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজ’ৰ দাবী, ইয়াৰ পাছতো হিচাপহীন উপহাৰ, ধন আৰু সোণেৰে ভোটাৰক প্ৰভাৱিত কৰাৰ প্ৰচেষ্টা প্ৰতিটো নিৰ্বাচনতে বাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd