• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰাচলতে কিমান জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাই কি ক’লে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 21, 2022 8:17 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।

মাইক্ৰ’ ফাইনান্সৰ নামত ঋণ ৰেহাইৰে মহিলাৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ লগতে আন বহু কামৰে তেওঁ জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা অব্যাহত ৰাখিছে।

Apply Now

কিন্তু দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান কিমানত?

ইণ্ডিয়া টুডেই চলোৱা   ‘মুড অৱ দ্য নেশ্যন জৰীপ ২০২২’ৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ জনপ্ৰিয়তাৰ কথাটো স্পষ্ট হৈ পৰিছে।

সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেই হৈছে ‘ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী’ । উৰিষ্যাত চলোৱা জৰীপটোত মুঠ ৭১.১ % উত্তৰদাতাই পাটনায়কৰ  সপক্ষে ভোট দিছে। উৰিষ্যাৰ মুঠ ২,৭৪৩ গৰাকী উত্তৰদাতাৰ প্ৰায় ৭১ % উত্তৰদাতাই কৈছে যে তেওঁলোক নবীন পাটনায়কৰ কামত তেওঁলোক সন্তুষ্ট।

পাটনায়কৰ পিছত পশ্চিম বংগৰ ৪,৯৮২ জন উত্তৰদাতাৰ ভিতৰৰে  ৬৯.৯ % ই মমতা বেনাৰ্জীৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰিছে। একেদৰে সমীক্ষাটোত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত তৃতীয় স্থান লাভ কৰা  তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৬৭.৫ % শতাংশ লোকৰ সদিচ্ছা আদায় কৰিবলৈ সক্ষম হৈছে।

 চতুৰ্থ স্থানত থকা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৬১.৮%, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ৬১.১%, দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে ৫৭.৯%, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫৬.৬% ভোট লাভ কৰিছে।

সেইমৰ্মে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত সপ্তম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে লাভ কৰিছে ৫১.৪ % ভোট।

লক্ষ্যণীয় কথাটো হ’ল অসমকে ধৰি দেশৰ পাঁচ খন বিজেপি শাসিত অথবা এনডিএ শাসিত ৰাজ্যত পাঁচোগৰাকী মুখ্যমন্ত্ৰীয়েই জনতাৰ আস্থা আদায়ত ব্যৰ্থ হৈছে।

অসমক দেশৰ শীৰ্ষ ৰাজ্যত পৰিণত কৰিম বুলি কৈ অহা হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ নিম্নগামী ৰেখা ডালে পিছে আন বহু কথাৰ ইংগিত বহন কৰিছে বুলি বহুতে মন্তব্য কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd