• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চম শ্ৰেণী পৰ্য্যন্ত মাতৃভাষাত পাঠদান বাধ্যতামূলক হ’ব অসমত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 16, 2020 10:43 pm

2 min read

Mother tongue to be medium of instruction upto Class V in Assam schools
311
VIEWS
Share on FacebookShare on Twitter

আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ়্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমতে  পাঠদান কৰোৱাটো বাধ্যতামূলক হ’ব।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মৰিগাঁৱত স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ ভাষণত এই কথা ঘোষণা কৰিছে।

আজি এক ভিডিঅ’যোগে টুইটাৰত সেই কথা জনাইছে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় “শীঘ্ৰে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাতৃভাষা অথবা স্থানীয়, আঞ্চলিক ভাষাটো পঞ্চম শ্ৰেণীলৈকে পাঠদান হ’ব।”

“ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰাহে পাঠদান আৰম্ভ হ’ব” তেওঁ কয়।

In my Independence Day speech in Morigaon, I have dealt on national educational policy, the medium of instruction up to class V as well as our decision to introduce Assamese as one of the subjects in all schools up to class X pic.twitter.com/hBYZcPBY7I

— Himanta Biswa Sarma (@himantabiswa) August 16, 2020

ইয়াৰ লগতে দশম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া বিষয়টো পঢ়াতো অসমৰ সকলো বিদ্যালয়তে বাধ্যতামূলক হ’ব বুলিও তেওঁ ঘোষণা কৰে।

তেওঁ আৰু কয় “নতুন শিক্ষা নীতিৰ মতে প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰেও ৰাজ্যৰ প্ৰতিখন স্কুলত দশম শ্ৰেণীলৈকে অসমীয়া বাধ্যতামূলক বিষয় হিচাপে দাঙি ধৰাৰ নিৰ্ণয় ল’ব।”

ইয়াৰোপৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া অথবা অঞ্চলভেদে তিৱা, ৰাভা, মিছিং বা বড়ো ভাষা পঞ্চম শ্ৰেণীলৈকে পাঠদান কৰা হ’ব।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ডিচেম্বৰ-জানুৱাৰি মাহৰ পৰা এই নিয়ম আৰম্ভ কৰিব বুলি তেওঁ জনায়।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd