• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থলুৱা ভাষাক লৈ গৱেষণাৰ উদ্যোগ, বুজাবুজিৰ চুক্তি য়ু এছ টি এম-সাহিত্য সভাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2018 10:40 pm

2 min read

থলুৱা ভাষাক লৈ গৱেষণাৰ উদ্যোগ, বুজাবুজিৰ চুক্তি য়ু এছ টি এম-সাহিত্য সভাৰ

চুক্তি স্বাক্ষৰৰ মুহূৰ্ত। ছবি- নৰ্থ ইষ্ট নাও।

207
VIEWS
Share on FacebookShare on Twitter

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা ভাষাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ আৰু গৱেষণা কৰিবলৈ আগবাঢ়িছে অসম সাহিত্য সভা। এই ক্ষেত্ৰত কাম কৰাৰ বাবে সাহিত্য সভাই শুকুৰবাৰে ইউনিভাৰ্ছিটি অৱ চায়েন্স এণ্ড টে’কনলজি মেঘালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

‘বিভিন্ন জনগোষ্ঠীপ্ৰধান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, সংস্কৃতি, ঐতিহ্যৰ বৈচিত্ৰ্যময় ক্ষেত্ৰখনত একেলগে কাম কৰাৰ উদ্দেশ্যে তথা থলুৱা ভাষাসমূহৰ ওপৰত তথ্য সংগ্ৰহ আৰু গৱেষণা কৰাৰ অৰ্থে অসম সাহিত্য সভাই আজি ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকনলজি, মেঘালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত যৌথ বিবৃতিত প্ৰকাশ সভা আৰু বিশ্ববিদ্যালয়ৰ।

চুক্তি অনুসৰি সভাৰ দুগৰাকী প্ৰাক্তন সভাপতি মহেশ্বৰ নেওগ আৰু চৈয়দ আব্দুল মালিকৰ জীৱন-কৃতি বিষয়ত গৱেষণা কৰাৰ বাবে দুটা ফেল’শ্বিপ আগবঢ়োৱা হ’ব।

আনহাতে থলুৱা ভাষাসমূহৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ আৰু পুনৰুজীৱিতকৰণৰ বাবে বিশ্ববিদ্যালয়খনে আৰম্ভ কৰিব ডাইৰেক্তৰে’ট অৱ লেংগুৱেজ এণ্ড কালচাৰেল ষ্টাডিজ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য নিৰ্মল কুমাৰ চৌধুৰী, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা০ ধ্ৰুৱজ্যোতি বৰা, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীৰ লগতে সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰে ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহববুল হক আৰু সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd