• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিম্নোক্ত বিধি ব্যৱস্থাবোৰ মানি চলি খুলিব পাৰিব চিনেমা হল : অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 6:28 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন মানি এখন ৰাজ্যৰ চিনেমা হলবোৰে দৰ্শনী পুনৰ আৰম্ভ কৰিব পাৰিব।

উত্তৰ প্ৰদেশ চৰকাৰে লৈছে এই পদক্ষেপ। উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিউৰ(SOPs)ৰ গাইডলাইনসমূহ মানি ৰাজ্যখনৰ চিনেমা হলবোৰে অহা ১৫ অক্টোবৰৰ পৰা পুনৰ খুলিব পাৰিব।

Apply Now

যোগী চৰকাৰে ৫০% শতাংশ দৰ্শকেৰে চিনেমা হলবোৰ পুনৰ খুলিবলৈ সিদ্ধান্ত কৰিলেও হলবোৰে কিছুমান নিয়ম মানি চলিব লাগিব।

এই নিয়মসমূহ হৈছে—

আসন ব্যৱ্স্থাপনা আৰু টিকট বুকিং—

  •  থিয়েটাৰত প্ৰৱেশ কৰাৰ সময়ত উষ্ণতা স্ক্ৰীণিং আৰু চেনিটাইজড্ কৰাতো বাধ্যতামূলক কৰিব লাগিব।
  •  শাৰীৰিক দূৰত্ব ৰক্ষা হোৱাকৈ গোলাকাৰ চিহ্ন তৈয়াৰ কৰিব লাগিব।

 

  • ক’ৰ’ণা ভাইৰাছৰ লক্ষণযুক্ত কোনো লোকক থিয়েটাৰত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব।
  •  এখন স্ক্ৰীণ থকা চিনেমা হলত দুটা শ্ব’ৰ মাজত পৰ্যাপ্ত সময় ৰাখিব লাগিব কৰ্তৃপক্ষই।

 

  •  সৰ্বোচ্চ ৫০% শতাংশ দৰ্শকেৰেহে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব।
  •  অনলাইন বা উইণ্ডু বুকিঙৰ সময়ত খালী থাকিব লগীয়া আসনসূমহ চিহ্নিত কৰিব লাগিব কৰ্তৃপক্ষই।

 

  • থিয়েটাৰৰ ভিতৰত এনে আসনসমূহ ৰঙা চিনেৰে চিহ্নিত কৰিব লাগিব।
  • কেৱল আগতীয়া আৰু অনলাইন বুকিঙৰ দ্বাৰাহে টিকট বিক্ৰী কৰিব পাৰিব।

 

  • উইণ্ড’ টিকট কটাৰ সময়ত দৰ্শক আৰু টিকট কাউন্টাৰ কৰ্মচাৰীৰ হাতত স্পৰ্শ ঘটিব নোৱাৰিব।
  • টিকট বুকিঙৰ সময়ত সংশ্লিষ্ট দৰ্শকজনে মোবাইল নম্বৰ দিয়াটো বাধ্যতামূলক হ’ব।

 

সাধাৰণ প্ৰট’কল—

  • থিয়েটাৰৰ বাহিৰত আৰু ৱেটিং ৰুমত দৰ্শকসকলে অন্ততঃ ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব।
  • সকলো সময়তে দৰ্শকে মাস্ক পৰিধান কৰি থাকিব লাগিব। চাবোনেৰে হাত ধোৱা আৰু চেনিটাইজড্ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গণ্য কৰা হ’ব।

 

  • দৰ্শকে কাঁহোতে টিচু পেপাৰ অথবা ৰুমাল ব্যৱহাৰ কৰাৰ লগতে মুখখন হাতেৰে ঢাকি ধৰিব লাগিব।
  • ৰাজহুৱা স্থানত পিক পেলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
  • সকলোকে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd