• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , May 1, 2020 7:02 am

1 min read

IMG-20200430-WA0058

কোকৰাঝাৰত সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

8.7k
VIEWS
Share on FacebookShare on Twitter

বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ পাঁচ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতাত নিয়াকলৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে কোকৰাঝাৰত গুজৰি উঠে বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

দৈমাৰীয়ে সংবাদমেলযোগে সংবিধানৰ ষষ্ঠ অনুসুচীৰ সংশোধনীৰে গঠিত হোৱা বিটিচিক ৰাজ্যপালে সংবিধানৰ চৰ্তক উলংঘা কৰি ৰাজ্যপালৰ আওতাত নিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ সংবাদমেলত ৰাজ্যপালৰ এনে কাৰ্যই বিটিচিৰ দৰে সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আলং,মিজোৰাম,ত্ৰিপুৰা,ডিমাহাচাও আৰু মেঘালয়ক শংকিত কৰি তোলা বুলি আক্ষেপ ব্যক্ত কৰে ৷

ৰাজ্যপালৰ এনে পদক্ষেপে ষষ্ঠ অনুসুচীৰ এলেকাবোৰত সুৰক্ষাৰ প্ৰতি ভাবুকি অনা বুলি কয় দৈমাৰীয়ে ৷

দৈমাৰীয়ে কয় যে ৰাজ্যপালে জৰুৰী বা অস্থিৰ পৰিবেশ আহিলেহে ৰাজ্যপালৰ শাসন দিব পাৰে, কিন্তু দেশজুৰি কোভিড-১৯ ৰ বাবে বিটিচিৰ নিৰ্বাচন স্থগিত হব লগা হ’ল। ইয়াত বিটিচিত চৰকাৰে চলোৱা অৰাজকতাৰ প্ৰশ্নই অহা নাই যিহেতু পৰিষদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা আৰু প্ৰয়োজন হ’লে আকৌ ৬ মাহ বৃদ্ধি কৰিৱ পাৰে ৷

এইক্ষেত্ৰত সংবিধানৰ ১৬(২) দফাত সন্নিবিষ্ট থকা তথ্যও প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd