• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

”ৰাজ্যসভাত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিম”, কাৰাগাৰত অনশন কৰি অসুস্থ হৈ পৰা ছাত্ৰ নেতাক গৌৰৱ গগৈৰ প্ৰতিশ্ৰুতি

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , January 16, 2019 5:32 pm

1 min read

”ৰাজ্যসভাত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিম”, কাৰাগাৰত অনশন কৰি অসুস্থ হৈ পৰা ছাত্ৰ নেতাক গৌৰৱ গগৈৰ প্ৰতিশ্ৰুতি

সাংসদ গৌৰৱ গগৈ, ফটো উৎস : ছচিয়েল মিডিয়া

1.3k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত যোৱা ১১ জানুৱাৰিৰ পৰা গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰি অসুস্থ হৈ গোলাঘাট চিকিৎসালয়ত ভৰ্তি হৈ থকা ছাত্ৰ নেতা তিনিজনৰ আজি স্বাস্থ্যৰ বুজ লয় গৌৰৱ গগৈয়ে।

আজি পুৱা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সাংসদ গৰাকী ছাত্ৰ নেতা তিনিজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হোৱাত ছাত্ৰ নেতা তিনিজনে জাতি ধ্বংসী বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যসভাত কংগ্ৰেছক সবল স্থিতি ল’বলৈ আহ্বান জনায়। আৰু সাংসদ গগৈয়ে ছাত্ৰ নেতা তিনিজনৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ৰাজ্যসভাত বিধেয়কখনৰ প্ৰৱল বিৰোধিতা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি ১১ জানুৱাৰিৰ পৰা গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে অনশন কৰি অসুস্থ হৈ পৰাত ছাত্ৰ নেতা তিনিনজক ১৩ জানুৱাৰিত কাৰাগাৰ কৰ্তৃপক্ষই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।

অসুস্থ হৈ পৰা ছাত্ৰ নেতা তিনিজন ক্ৰমে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰৰ সমৰ্থনত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্ব থিয় দিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd