• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাত অঘটন: মূৰত আঘাতলৈ চিকিৎসাধীন সুন্দৰী!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 8:59 am
mrs-sri-lanka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাৰ মাজতে সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা।

দেশ খনৰ ৰাজধানী কলম্বোত আয়োজিত মিছেচ শ্ৰীলংকা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ প্ৰদান অনুষ্ঠান এইবাৰৰ মিছেচ শ্ৰীলংকা খিতাপ অৰ্জন কৰা সুন্দৰী পুস্পিকা ডে ছিলভাক মঞ্চৰ ওপৰতে দেশ খনৰে মিছেচ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা কেৰ’লিন জুৰিয়ে এক প্ৰকাৰ আক্ৰমণ কৰাত পুস্পিকা ডে ছিলভাই মূৰত আগাত পায় আৰু চিকাষ চাপিবলগীয়া হয়।

Apply Now

দেওবাৰে কলম্বোত দ্বীপ ৰাষ্ট্ৰ খনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছেৰ পত্নী ছিৰান্থি ৰাজাপাকছেই এইবাৰৰ মিছেচ শ্ৰীলংকা খিতাপ বিজয়ী পুস্পিকা ডে ছিলভাক মুকুট পিন্ধোৱাৰ পিছতে মঞ্চলৈ উঠি যায় মিছেচ ৱৰ্ল্ড খিতাপ বিজয়ী কেৰ’লিন জুৰিয়ে।

জুৰিয়ে বলপূৰ্বক পুস্পিকাৰ মূৰৰ পৰা মিছেচ শ্ৰীলংকাৰ মুকুটটো কাঢ়ি আনে। মিছেচ ৱৰ্ল্ড কেৰ’লিনা জুৰিয়ে মঞ্চত এইবুলি অভিযোগ কৰে যে পুস্পিকা ডে ছিলভা যিহেতু বিবাহ বিচ্ছেদ হোৱা মহিলা সেয়ে তেওঁ এই সন্মান লাভ কৰিব নোৱাৰে।

#MrsSriLanka Saga So far
👸Pushpika De Silva crowned as winner
⤵️Crown removed saying she was divorced
⏺️Pushpika lodged police complaint & hospitalized
🔃Organizers say Pushpika will be crowned again tomorrow
▶️..https://t.co/mxbJtREB8l https://t.co/aRB4mQAHR3 #LKA #SriLanka

— Sri Lanka Tweet 🇱🇰 (@SriLankaTweet) April 5, 2021

ইয়াৰ পৰিৱৰ্তে প্ৰতিযোগিতাৰ দ্বিতীয় ৰাণাৰ্ছ আপকহে সন্মানটো প্ৰদান কৰিব লাগিব। এইবুলি কৈয়েই কেৰ’লিনা জুৰিয়ে পুস্পিকাৰ মূৰৰ পৰা মুকুটটো কাঢ়ি আনে আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ মূৰত সেয়া পিন্ধাই দিয়ে।

এনে কৰোতে মুকুটত থকা পিনে বিন্ধাত পুস্পিকা আঘাতপ্ৰাপ্ত হয়। মঞ্চত অপমানিত হোৱাৰ পিছতে পুস্পিকাই মঞ্চ এৰি আহে আৰু ফেচবুকৰ জৰিয়তে এইবুলি প্ৰকাশ কৰে যে তেওঁ বিবাহ বিচ্ছেদিত মহিলা নহয়।

a pusp

তেওঁ মাত্ৰ স্বামীৰ পৰা আঁতৰিহে আছে।মঞ্চত কৰা অপমানৰ বিৰুদ্ধে তেওঁ আইনৰ শৰণাপন্ন হ’ব বুলিও প্ৰকাশ কৰে।

ইয়াৰ পিছতে প্ৰতিযোগিতাৰ আয়োজক সমিতিয়ে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে পুস্পিকাক পুনৰ তেওঁৰ মুকুট ওভতাই দিয়া হ’ব বুলি ঘোষণা কৰিছে।

সৌন্দৰ্য প্ৰতিযোগিতাৰ দৰে অনুষ্ঠানত সংঘটিত এনে কুৎসিত ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd